জনপ্ৰিয় ভাৱে ড'ক'ম নামেৰে জনাজাত টাটা ড'ক'ম (জাপানৰ NTT Docomo-ৰ পৰা পৃথক) এক ভাৰতীয় ম'বাইল পৰিসেৱা আগবঢ়োৱা প্ৰতিষ্ঠান। জাপানৰ বৃহৎ দূৰসংযোগ কোম্পানী NTT Docomo আৰু ভাৰতীয় দূৰসংযোগ কোম্পানী টাটা টেলিচাৰ্ভিছৰ মাজৰ পদ্ধতিগত যুগ্ম উদ্যম ৰূপে ২০০৮ চনৰ নৱেম্বৰ মাহত টাটা ড'ক'ম' গঢ় লৈ উঠিছিল। টাটা ড'ক'ম'ই জি এছ এম আৰু চি ডি এম এ, এই দুই প্ৰযুক্তিৰ সহায়েৰে ম'বাইল দূৰসংযোগ সেৱা আগবঢ়ায়। গ্ৰাহক ভুক্তিৰ পৰিসংখ্যাৰ ফালৰ পৰা টাটা ড'ক'ম' দেশৰ ষষ্ঠ বৃহত্তম পৰিসেৱা প্ৰতিষ্ঠান।
নেটৱৰ্ক পৰিসীমা
বৰ্তমান টাটা ড'ক'ম'ৰ ম'বাইল সেৱা ভাৰতৰ নিম্নোক্ত টেলিকম চাৰ্কলসমূহত উপলব্ধ। ১
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টাটা ড'ক'ম'” প্ৰবন্ধৰ সংশোধন ২৫৬০৫৭ (২৫ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।