অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

শ্ৰী লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়

শ্ৰী লাল বাহাদূৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়, পূৰ্বতে শ্ৰী লাল বাহাদূৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় সংস্কৃত বিদ্যাপীঠ, ভাৰতৰ নতুন দিল্লীত অৱস্থিত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়।

হালনাগাদ: ১৯ জুলাই ২০২৬ ৯৯ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

শ্ৰী লাল বাহাদূৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়, পূৰ্বতে শ্ৰী লাল বাহাদূৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় সংস্কৃত বিদ্যাপীঠ, ভাৰতৰ নতুন দিল্লীত অৱস্থিত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়।

ইতিহাস

বিশ্ববিদ্যালয়খন ১৯৬২ চনৰ ৮ অক্টোবৰত স্থাপন কৰা হয়। তাৰে পৰৱৰ্তী সময়ত বিশ্ববিদ্যালয় অনুদান আয়োগদ্বাৰা স্বীকৃতি লাভ কৰে আৰু ১৯৮৭ চনৰ নৱেম্বৰ মাহত বিদ্যাপীঠাক ডিমড বিশ্ববিদ্যালয়ৰ মৰ্যাদা প্ৰদান কৰে।১ ২০২০ চনৰ মাৰ্চ মাহত ভাৰতীয় সংসদে বিশ্ববিদ্যালয়খনক কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ মৰ্যাদালৈ উন্নীত কৰিবলৈ কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয় আইন ২০২০ গৃহীত কৰে। আৰু লগতে আন দুখন বিশ্ববিদ্যালয় ক্ৰমে কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয় আৰু ৰাষ্ট্ৰীয় সংস্কৃত বিশ্ববিদ্যালয় আইনো গৃহীত কৰে।২

শৈক্ষিক বিষয়

বিশ্ববিদ্যালয়খনে সংস্কৃত আৰু আনুষংগিক বিষয়ত বি.এ., এম.এ., বি.এড, এম.এড, এম.ফিল আৰু পি.এইচ.ডি পাঠ্যক্ৰম আগবঢ়ায়।

তথ্যসূত্ৰ

  1. ↑ Shri Lal Bahadur Shastri Rashtriya Sanskrit Vidyapeetha | History. Slbsrsv.ac.in
  2. ↑ (25 March 2020). Central Sanskrit Universities Act, 2020. ভাৰতৰ ৰাজপত্ৰ. ভাৰত চৰকাৰ

সম্পৰ্কিত শ্ৰেণী

বিশ্ববিদ্যালয়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰী লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৬১৮১৭৯ (১৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।