অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

অৰুণাচল ইউনিভাৰ্ছিটি অফ ষ্টাডিজ

অৰুণাচল ইউনিভাৰ্ছিটি অফ ষ্টাডিজ এখন ৰাজ্যিক ব্যক্তিগত বিশ্ববিদ্যালয়।

হালনাগাদ: ২৩ অক্টোবৰ ২০২৫ ৯৪ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

অৰুণাচল ইউনিভাৰ্ছিটি অফ ষ্টাডিজ এখন ৰাজ্যিক ব্যক্তিগত বিশ্ববিদ্যালয়। ১

অৱস্থিত

বিশ্ববিদ্যালয়খন অৰুণাচল প্ৰদেশ ৰাজ্যৰ নামচাই জিলাৰ নলেজ চিটি নামৰ ঠাইত অৱস্থিত।

ইতিহাস

বিশ্ব শিক্ষা মিছন নামৰ এটা দাতব্য বেচৰকাৰী সংস্থাই অৰুণাচল প্ৰদেশৰ নামচাই জিলাত অৰুণাচল ইউনিভাৰ্ছিটি অফ ষ্টাডিজ প্ৰতিষ্ঠা কৰে। অৰুণাচল প্ৰদেশৰ অৰুণাচল বিশ্ববিদ্যালয় অধ্যয়ন আইন ২০১২ (২০১২ চনৰ ৯ নং) অনুসৰি ৩০ মে', ২০১২ তাৰিখে অৰুণাচল প্ৰদেশৰ অসাধাৰণ চৰকাৰী ৰাজপত্ৰত আইনখন প্ৰকাশ কৰা হৈছে।

পাঠ্যক্ৰম

  1. ফাৰ্মাচী
  2. নাৰ্চিং
  3. পেৰামেডিকেল
  4. কৃষি বিজ্ঞান
  5. বিজ্ঞান
  6. অভিযান্ত্ৰিক আৰু প্ৰযুক্তি
  7. পুথিভঁৰাল আৰু তথ্য বিজ্ঞান
  8. শিক্ষা
  9. বিশেষ শিক্ষা
  10. শাৰীৰিক শিক্ষা
  11. কলা
  12. সামাজিক ক্ষেত্ৰত ডিপ্লমা
  13. ডক্টৰেট পৰ্যায়ৰ কাৰ্যসূচী
  14. ডিজাইন
  15. পৰিবেশন কলা
  16. বাণিজ্য
  17. পৰিচালনা
  18. আইনী অধ্যয়ন

তথ্যসূত্ৰ

  1. ↑ Best Private University in Arunachal Pradesh, Colleges Northeast India. www.arunachaluniversity.ac.in

সম্পৰ্কিত শ্ৰেণী

বিশ্ববিদ্যালয়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰুণাচল ইউনিভাৰ্ছিটি অফ ষ্টাডিজ” প্ৰবন্ধৰ সংশোধন ৫৪৪৯০৮ (২৩ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।