অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

স্বামী বিবেকানন্দ বিশ্ববিদ্যালয় কোকৰাঝাৰ

স্বামী বিবেকানন্দ বিশ্ববিদ্যালয় (Swami Vivekanand University) এখন ৰাজ্যিক ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খনে ২০২৫ চনত প্ৰতিষ্ঠা লাভ কৰে। এইখন অসমৰ কোকৰাঝাৰ জিলাৰ আই.টি. পাৰ্ক, চান্দামাৰী নামৰ ঠাইত অৱস্থিত। বিশ্ববিদ্যালয়খন অসম বিধানসভাৰ ASSAM ACT NO.

হালনাগাদ: ৩১ আগষ্ট ২০২৫ ৯৩ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

স্বামী বিবেকানন্দ বিশ্ববিদ্যালয় (Swami Vivekanand University) এখন ৰাজ্যিক ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খনে ২০২৫ চনত প্ৰতিষ্ঠা লাভ কৰে। এইখন অসমৰ কোকৰাঝাৰ জিলাৰ আই.টি. পাৰ্ক, চান্দামাৰী নামৰ ঠাইত অৱস্থিত। বিশ্ববিদ্যালয়খন অসম বিধানসভাৰ ASSAM ACT NO. XIX OF 2025 আইন অনুসৰি স্থাপন কৰা হৈছে। ১

বিভাগ আৰু পাঠ্যক্ৰম

  • স্কুল অৱ হোটেল মেনেজমেণ্ট এণ্ড হস্পিটেলিটি
  • স্কুল অৱ কমাৰ্চ এণ্ড মেনেজমেণ্ট
  • স্কুল অৱ হিউমেনিটিজ এণ্ড ছ’চিয়েল ছায়েন্স
  • স্কুল অৱ পিউৰ এণ্ড এপ্লাইড চাইন্সেছ
  • স্কুল অৱ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজি
  • ৰিচাৰ্ছ এণ্ড ডেভেলপমেণ্টেল স্কুল
  • স্কুল অৱ পেৰা মেডিকেল চাইন্সেছ

ঠিকনা

স্বামী বিবেকানন্দ বিশ্ববিদ্যালয়, আই.টি. পাৰ্ক, চান্দামাৰী, কোকৰাঝাৰ, অসম ৭৮৩৩৭০২ যোগাযোগ +91 92422 97685 ই-মেইল svuassam@gmail.com

তথ্যসূত্ৰ

  1. ↑ Swami Vivekanand University. PRSIndia
  2. ↑ Swami Vivekanand University. LinkedIn

সম্পৰ্কিত শ্ৰেণী

বিশ্ববিদ্যালয়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্বামী বিবেকানন্দ বিশ্ববিদ্যালয় কোকৰাঝাৰ” প্ৰবন্ধৰ সংশোধন ৫৩৬১২৫ (৩১ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।