ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয় এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় যিখন ভাৰত ৰ মণিপুৰ ৰাজ্যৰ ইম্ফলত অৱস্থিত। বিশ্ববিদ্যালয়খনত ক্ৰীড়াত বিশেষজ্ঞতা আছে।১২৩ ২০১৮ চনৰ ১৬ মাৰ্চত ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থাপন কৰে।৪৫৬
পাঠ্যক্ৰম
পাঠ্যক্ৰমসমূহ ক্ৰমে শাৰীৰিক শিক্ষা আৰু ক্ৰীড়াত স্নাতক, বি.এছ.চি., এম.এছ.চি আৰু এম.এ।৭
তথ্যসূত্ৰ
- ↑ Draft Bill on setting up of National Sports University at Manipur | Ministry of Youth Affairs and Sports
- ↑ (25 November 2014). Manipur government starts process of land acquisition for national sports varsity. Daily News and Analysis
- ↑ (6 July 2015). BJP Conducts Second Consultative Meeting On Sports University Issue. Kangla Online
- ↑ PM lays foundation stone of National Sports University & various development projects at Imphal · DD News. ddinews.gov.in
- ↑ Karmakar, Rahul. (2018-03-16). Manipur inspires India: Narendra Modi. The Hindu
- ↑ (1 November 2019). List of Central Universities included in the UGC list as on 01.11.2019. UGC
- ↑ Bachelor of Physical Education & Sports | National Sports University, Government of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়, মণিপুৰ” প্ৰবন্ধৰ সংশোধন ৬১৮১৭৮ (১৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।