অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাগ ঐনিতম

ৰাগ ঐনিতম (Raag Oinitom) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেতা আৰু মডেল। তেওঁ অসমীয়া ধাৰাবাহিক ভ্ৰাম্যমাণ থিয়েটাৰতো অভিনয় কৰিছে। তেওঁ অভিনয় কৰা চলচ্চিত্ৰসমূহৰ ভিতৰত জীৱন বাটৰ লগৰী (চলচ্চিত্ৰ), জেতুকা পাতৰ দৰে (চলচ্চিত্ৰ) অন্যতম।

হালনাগাদ: ৩ ছেপ্তেম্বৰ ২০২৫ ১০৫ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ৰাগ ঐনিতম (Raag Oinitom) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেতা আৰু মডেল। তেওঁ অসমীয়া ধাৰাবাহিক ভ্ৰাম্যমাণ থিয়েটাৰতো অভিনয় কৰিছে। তেওঁ অভিনয় কৰা চলচ্চিত্ৰসমূহৰ ভিতৰত জীৱন বাটৰ লগৰী (চলচ্চিত্ৰ), জেতুকা পাতৰ দৰে (চলচ্চিত্ৰ) অন্যতম। তেওঁ ৫০খনৰো ওপৰত VCD-ত অভিনয় কৰিছে আৰু অভিনয় কৰা VCD-সমূহৰ ভিতৰত কেইখনমান হ’ল জানমণি, জোনবাই, আগোমাই, অঞ্জনা, মৰমজান, অচিনাকী মন, পখিলা, বহাগৰ নাচনী, "মা কামাখ্যা, "ঝুমকা ইত্যাদি৷

শিক্ষা

দেউতাকৰ চৰকাৰী চাকৰিৰ বাবে দেউতাকৰ ঠাই দিনত ৰাগে এখন স্কুলত পঢ়িব পৰা নাছিল৷ ৰাগে প্ৰথমাৱস্থাত কাৰ্বি আংলংৰ JIRIKINI L.P SCHOOL-ৰ পৰা প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে আৰু ক্ৰমে বাৰপূজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মৰিগাঁও মহাবিদ্যালয় পৰা শিক্ষা গ্ৰহণ কৰে।

চলচ্চিত্ৰপঞ্জী

বছৰচলচ্চিত্ৰচৰিত্ৰপৰিচালকটোকা
২০০৭তোমাৰ বাবেউৎপল দাসপ্ৰথম চলচিত্ৰ
২০০৯জীৱন বাটৰ লগৰীমহেনতিমথি দাস সান্সে
২০১১জেতুকা পাতৰ দৰে (চলচ্চিত্ৰ)যদুমণি দত্তৰাষ্ট্ৰীয় বঁটা বিজয়ী
২০১১তোমাৰ খবৰৰাজীব বৰা
২০১৩বাঁকৰ পুতেকচন্দ্ৰ মুদৈ
২০১৪জিলমিল জোনাকশিবানন বৰুৱা
২০১৫আৰোহীঅৰূপ মান্না
২০১৬সাত নম্বৰৰ সন্ধানতআব্দুল মজিদ
২০১৮অজানিতে মনে মনেউপকুল বৰদলৈ
২০২২গংগা-এখনি বোৱঁতী হিয়াউকীলমনি সিংহা
২০২২ৰণপুলিচ অফিচাৰব্ৰজেন বৰা
২০২৫ঝংকাৰহেম চন্দ্ৰ বৰা
TBAৰাজা ৰামDual RoleAs a Director Debut

বঁটা আৰু মনোনয়ন

বৰ্ষপুৰস্কাৰচলচ্চিত্ৰমনোনয়নফলাফল
২০১১প্ৰাগ চিনে এৱৰ্ডজেতুকা পাতৰ দৰে (চলচ্চিত্ৰ)শ্ৰেষ্ঠ অভিনেতা

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

অসমীয়া অভিনেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাগ ঐনিতম” প্ৰবন্ধৰ সংশোধন ৫৩৬৯৭০ (৩ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।