অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

হিন্দু

হিন্দু ভাৰতীয় দাৰ্শনিক, হিন্দু ধৰ্মাৱলম্বীসকলৰ আৰু ভাৰতৰ সাস্কৃতিক এক পৰিচয় অথৱা পদ্ধতি যিবোৰ ভাৰতীয় উপমহাদেশৰ বৃহত্তম আৰু দেশীয় ধৰ্মবিশ্বাস। ভাৰতীয় সংবিধান অনুসৰি "হিন্দু" শব্দটোৱে যিকোনা ভাৰতীয় ধৰ্ম যেনে, হিন্দু ধৰ্ম, বৌদ্ধ ধৰ্ম, জৈন ধৰ্ম বা শিখ ধৰ্মাম্বলৱী লোকসকলকে সূচায়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১৭২ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

হিন্দু ভাৰতীয় দাৰ্শনিক, হিন্দু ধৰ্মাৱলম্বীসকলৰ আৰু ভাৰতৰ সাস্কৃতিক এক পৰিচয় অথৱা পদ্ধতি যিবোৰ ভাৰতীয় উপমহাদেশৰ বৃহত্তম আৰু দেশীয় ধৰ্মবিশ্বাস। ভাৰতৰ সংবিধান অনুসৰি "হিন্দু" শব্দটোৱে যিকোনা ভাৰতীয় ধৰ্ম যেনে, হিন্দু ধৰ্ম, বৌদ্ধ ধৰ্ম, জৈন ধৰ্ম বা শিখ ধৰ্মাম্বলৱী লোকসকলকে সূচায়।১ বৰ্তমান সাধাৰণ দৃষ্টিভঙ্গীৰে ক’লে হিন্দু শব্দটোৱে হিন্দুধৰ্মৰ অনুগামীসকলক সূচায়।

বৰ্তমান এক বিলিয়ন অনুগামীতকৈয়ো বেছি সংখ্যক লোকেৰে, হিন্দু ধৰ্মাম্বলম্বী লোকসকল পৃথিৱীৰ তৃতীয় বৃহত্তম গোট। ইয়াৰে সৰহ সংখ্যক অনুগামীয়েই ভাৰতত বসবাস কৰে, সংখ্যাত প্ৰায় ৯৪ কোটি।২ অন্য দেশ কিছুমান যেনে, নেপাল, বাংলাদেশ, শ্ৰীলংকা, মৰিছাছ, গুৱানা, ফিজি, বালি দ্বীপপুঞ্জতো যথেষ্ট সংখ্যক হিন্দু ধৰ্মাৱলম্বী লোক আছে।

লগতে চাওক

টোকা

আৰু চাওক

আৰু পঢ়ক

তথ্যসূত্ৰ

  1. ↑ India-Constitution:Religious rights Article 25:"Explanation II: In sub-Clause (b) of clause (2), the reference to Hindus shall be construed as including a reference to persons professing the Sikh, Jaina or Buddhist religion"
  2. ↑ CIA World Factbook - India Demographics 80.5% of 1.166 billion Indians are Hindus

সম্পৰ্কিত শ্ৰেণী

হিন্দু ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিন্দু” প্ৰবন্ধৰ সংশোধন ৬৩০৯৬৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।