২ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯২তম (অধিবৰ্ষত ৯৩তম) দিন। বছৰ শেষ হ’বলৈ আৰু ২৭৩ দিন বাকী থাকে।
উল্লেখযোগ্য ঘটনা
- ১৯০২ - ল'জ এঞ্জেলছত সংযুক্ত ৰাষ্ট্ৰৰ প্ৰথম পূৰ্ণাংগ মুভী থিয়েটাৰ, ইলেক্ট্ৰিক থিয়েটাৰৰ মুকলি।
- ১৯১২ - সমুদ্ৰত আৰ. এম. এছ. টাইটানিকৰ পৰীক্ষণ।
- ২০১৩ - কলিকতাৰ ছল্ট লে'ক ষ্টেডিয়ামত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০১৩ৰ উদ্বোধন।
- ২০১৫ - গাৰিছা ইউনিভাৰ্চিটি কলেজত এজন বন্দুকধাৰীৰ আক্ৰমণ, প্ৰায় ১৪৮জন লোক নিহত আৰু অন্য ৭৯জন আহত।
জন্ম
- ১৮৬২ - নিকোলাছ মাৰী বুটলাৰ, ন'বেল বঁটা প্ৰাপ্ত আমেৰিকান দাৰ্শনিক।
- ১৮৯৮ - হৰিন্দ্ৰনাথ চট্ৰোপাধ্যায়, ভাৰতীয় কবি, অভিনেতা আৰু ৰাজনীতিক।
- ১৯০৯ - বেগম ঐজাজ ৰচুল, ভাৰতীয় ৰাজনীতিবিদ।
- ১৯৬৯ - অজয় দেৱগন, ভাৰতীয় অভিনেতা।
- ১৯৮১ - কপিল শৰ্মা, ভাৰতীয় টি.ভি. শ্ব'ৰ প্ৰসিদ্ধ হাস্য কলাকাৰ।
- ১৯৮৫ - মাধুৰীমা ঘৰফলীয়া, অসমীয়া শিশু সাহিত্যিক।
মৃত্যু
- ১৯১৪ - পল হেইজ, ন'বেল বঁটা প্ৰাপ্ত জাৰ্মান লেখক, কৰি আৰু অনুবাদক।
- ১৯২৮ - থিয়ডাৰ ৱিলিয়াম ৰিছাৰ্ড, ন'বেল বঁটা প্ৰাপ্ত আমেৰিকান ৰসায়নবিদ।
- ১৯৩৩ - ৰঞ্জিৎ সিং, ভাৰতীয় ক্ৰিকেটাৰ।
- ১৯৯৫ - হানেছ এল্ফভেন, ন'বেল বঁটা প্ৰাপ্ত ছুইছ পদাৰ্থবিদ আৰু অভিযন্তা।
দিৱস
- আন্তঃৰাষ্ট্ৰীয় শিশুৰ গ্ৰন্থ দিৱস
- আন্তঃৰাষ্ট্ৰীয় শালীনতা সজাগতা দিৱস
- মালভিনাছ দিৱস - আৰ্জেণ্টিনা
- থাই ঐতিহ্য সংৰক্ষণ দিৱস - থাইলেণ্ড
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২ এপ্ৰিল” প্ৰবন্ধৰ সংশোধন ৩৫১৯১৫ (১ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।