অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এণ্টনিও গুটেৰেছ

এণ্টনিও মেনুৱেল ডে অলিভেইৰা গুটেৰেছ(;; জন্ম ৩০ এপ্ৰিল ১৯৪৯) এগৰাকী পৰ্তুগীজ কূটনীতিবিদ আৰু ৰাজনীতিজ্ঞ। তেওঁ বৰ্তমান ৰাষ্ট্ৰসংঘৰ নৱম সচিব প্ৰধান। ইয়াৰ আগতে তেওঁ ২০০৫ চনৰ পৰা ২০১৫ চনলৈ শৰণাৰ্থী সকলৰ বাবে ৰাষ্ট্ৰসংঘৰ দশম উচ্চায়ুক্ত আছিল। তেওঁ ১৯৯৫ চনৰ পৰা ২০০২ চনলৈ পৰ্টুগালৰ প্ৰধানমন্ত্ৰী আছিল।

হালনাগাদ: ১২ জুলাই ২০২৫ ২৪০ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

এণ্টনিও মেনুৱেল ডে অলিভেইৰা গুটেৰেছ(;; জন্ম ৩০ এপ্ৰিল ১৯৪৯) এগৰাকী পৰ্তুগীজ কূটনীতিবিদ আৰু ৰাজনীতিজ্ঞ। তেওঁ বৰ্তমান ৰাষ্ট্ৰসংঘৰ নৱম সচিব প্ৰধান। ইয়াৰ আগতে তেওঁ ২০০৫ চনৰ পৰা ২০১৫ চনলৈ শৰণাৰ্থী সকলৰ বাবে ৰাষ্ট্ৰসংঘৰ দশম উচ্চায়ুক্ত আছিল।১

তেওঁ ১৯৯৫ চনৰ পৰা ২০০২ চনলৈ পৰ্টুগালৰ প্ৰধানমন্ত্ৰী আছিল। লগতে ১৯৯২ চনৰ পৰা ২০০২ চনলৈ তেওঁ পৰ্টুগালৰ ছচিয়েলিষ্ট পাৰ্টিৰ সচিব প্ৰধান আছিল। তেওঁ ১৯৯৯ চনৰ পৰা ২০০৫ চনলৈ ছচিয়েলিষ্ট ইণ্টাৰনেছনেলৰ অধ্যক্ষ হিচাপেও কাৰ্য নিৰ্বাহ কৰিছিল।

২০১২ আৰু ২০১৪ চনৰ ৰাজহুৱা ভোটত তেওঁক পৰ্তুগীজ নাগৰিক সকলে পূৰ্বৱৰ্তী ৩০ বছৰৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী হিচাপে চয়ন কৰিছিল।২৩

বঁটা আৰু সন্মান

সন্মান

পৰ্তুগীজ

*:

PRT Order of Christ - Grand Cross BAR.svg
ছবি: KarlHeintz · CC BY-SA 4.0

অৰ্ডাৰ অফ খ্ৰীষ্টৰ গ্ৰেণ্ড ক্ৰচ (৯ জুন ২০০২)৪ *:

PRT Order of Liberty - Grand Cross BAR.png
ছবি: Wiki Romi · Public domain

অৰ্ডাৰ অফ লিবাৰ্টীৰ গ্ৰেণ্ড ক্ৰচ (২ ফেব্ৰুৱাৰী ২০১৬)৪

বিদেশী

*:

BEL - Order of Leopold - Grand Cordon bar.svg
ছবি: Oritsu.me · CC BY-SA 4.0

অৰ্ডাৰ অফ লিওপল্ডৰ গ্ৰেণ্ড কৰ্দন (৯ অক্টোবৰ ২০০০)৫ *:

BRA - Order of the Southern Cross - Grand Cross BAR.svg
ছবি: Oritsu.me · CC BY-SA 4.0

অৰ্ডাৰ অফ ছাউথাৰ্ন ক্ৰচৰ গ্ৰেণ্ড ক্ৰচ (২৩ জুলাই ১৯৯৬)৫ *:

CHL Order of Merit of Chile - Grand Cross BAR.png
ছবি: Wiki Romi · Public domain

গ্ৰেণ্ড ক্ৰচ অফ মেৰিটৰ গ্ৰেণ্ড ক্ৰচ (৩০ ছেপ্টেম্বৰ ২০০১)৫ *:

Amílcar Cabral Order - 1st Class (Cabo Verde).png
ছবি: McOleo · CC BY 4.0

অৰ্ডাৰ অফ এমিলকাৰ কাবৰালৰ প্ৰথম ডিগ্ৰী (২৭ এপ্ৰিল ২০০১)৫ *:

Ordre national du Merite GC ribbon.svg
ছবি: Borodun · CC BY 3.0

নেছনেল অৰ্ডাৰ অফ মেৰিটৰ গ্ৰেণ্ড ক্ৰচ (৪ ফেব্ৰুৱাৰী ২০০২)৫ *:

GRE Order of Honour Grand Cross BAR.png
ছবি: Wiki Romi · Public domain

অৰ্ডাৰ অফ অনাৰ ৰ গ্ৰেণ্ড ক্ৰচ (১৭ মাৰ্চ ২০০০)৫ *:

অৰ্ডাৰ অফ মেৰিট অফ ইটালীয়ান ৰিপাব্লিকৰ গ্ৰেণ্ড ক্ৰচ (৩ ডিচেম্বৰ ২০০১)৫৬ *:

অৰ্ডাৰ অফ ৰাইজিং চানৰ গ্ৰেণ্ড কৰ্দন (২০০২)৫ *:

অৰ্ডাৰ অফ দা এজটেক ঈগলৰ ছশ অফ স্পেচিয়েল কেটেগৰী (২ জুলাই ১৯৯৯)৫ *:

অৰ্ডাৰ অফ মেৰিট অফ দা ৰিপাব্লিক অফ পলেণ্ডৰ গ্ৰেণ্ড ক্ৰচ (২২ ছেপ্টেম্বৰ ১৯৯৭)৫ *: অৰ্ডাৰ অফ চাৰ্লছ তৃতীয়ৰ গ্ৰেণ্ড ক্ৰচ (৮ ছেপ্টেম্বৰ ২০০০)৭ *: কলাৰ অফ দা অৰ্ডাৰ অফ ইজাবেলা দা কেথলিক (১৪ জুন ২০০২)৮ *: অৰ্ডাৰ অফ দা ৰিপাব্লিকৰ গ্ৰেণ্ড কৰ্দন (২০০২)৫ *: অৰ্ডাৰ অফ দা অৰিয়েণ্টেল ৰিপাব্লিক অফ উৰুগুৱেৰ গ্ৰেণ্ড অফিচাৰ (১০ ডিচেম্বৰ ১৯৯৮)৫

সন্মানীয় ডিগ্ৰী

  • ২০১০ – সন্মানীয় ডক্টৰেট, বেইৰা ইণ্টাৰিয়ৰ বিশ্ববিদ্যালয়৯
  • ২০১৪ –সন্মানীয় ডক্টৰেট, মেজি বিশ্ববিদ্যালয়১০
  • ২০১৬ –সন্মানীয় ডক্টৰেট অফ ল', কাৰ্লিটন বিশ্ববিদ্যালয়১১
  • ২০১৬ – সন্মানীয় ডক্টৰেট, কইমব্ৰা বিশ্ববিদ্যালয়১২
  • ২০১৬ – সন্মানীয় ডক্টৰেট, ইউৰোপীয়ান উনিভাৰ্চিটি অফ মাদ্ৰিদ১৩
  • ২০১৭ – সন্মানীয় ডক্টৰেট, ছাউথ কেৰলীনা বিশ্ববিদ্যালয়১৪

অন্যান্য বঁটা

  • ২০০৫ – বছৰশ্ৰেষ্ঠ ব্যক্তিত্ব এছচিয়াছাও দে ইম্পাৰেন্সাসা ইষ্ট্ৰাগেইৰা ইম পৰ্টুগাল
  • ২০০৭ – ফ্ৰিদম বঁটা
  • ২০০৯ – কালষ্ট গুলবেনকীয়ান আন্তৰ্জাতিক বঁটা (মধ্যপ্ৰাচ্যৰ শান্তি গৱেষণা প্ৰতিষ্ঠানৰ সৈতে যুটীয়াভাবে)
  • ২০০৯ – ফৰ্বছ তালিকাৰ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ক্ষমতাশালী ব্যক্তি১৫
  • ২০১৫ – ডব্লিউ. এভাৰেল হাৰৰিমান ডেম'ক্ৰেচী বঁটা
  • ২০১৫ – দা নেচনেল জাৰ্মান চাষ্টেনিবিলিটি বঁটা

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (1 January 2017). New UN chief Guterres pledges to make 2017 'a year for peace'. UN News Centre. United Nations
  2. ↑ (28 November 2012). E o prémio de melhor primeiro-ministro português vai para... Notícias ao Minuto
  3. ↑ (10 April 2014). António Guterres o melhor primeiro-ministro da democracia e Durão Barroso o pior. i
  4. ↑ Cidadãos Nacionais Agraciados com Ordens Portuguesas. Página Oficial das Ordens Honoríficas Portuguesas
  5. ↑ Cidadãos Nacionais Agraciados com Ordens Estrangeiras. Página Oficial das Ordens Honoríficas Portuguesas
  6. ↑ web, Segretariato generale della Presidenza della Repubblica-Servizio sistemi informatici- reparto. Le onorificenze della Repubblica Italiana
  7. ↑ Boletin Oficial del Estado
  8. ↑ (15 June 2002). III. Otras disposiciones. Boletín Oficial del Estado
  9. ↑ Mundo Portuguese, press release of 4 May 2010
  10. ↑ Ceremony for conferral of an honorary doctorate, and lecture Mr. Antonio Guterres, United Nations High Commissioner for Refugees Meiji University, press release of 13 November 2014
  11. ↑ Carleton to Award Honorary Doctorate to Diplomat and Global Leader Antonio Guterres Carleton University, press release of 27 January 2016
  12. ↑ Marujo, Miguel. (3 May 2016). Guterres será doutor 'honoris causa' por Coimbra. Diário de Notícias
  13. ↑ Honoris Causa. European University of Madrid
  14. ↑ Jeff Stensland (24 April 2017), U.N. secretary-general to address UofSC graduates University of South Carolina, press release of 24 April 2017
  15. ↑ (30 December 2009). Forbes List of The World's Most Powerful People in 2009. Forbes, USA

সম্পৰ্কিত শ্ৰেণী

পৰ্তুগালৰ ব্যক্তিৰাজনীতিবিদকূটনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এণ্টনিও গুটেৰেছ” প্ৰবন্ধৰ সংশোধন ৫২৩৬০১ (১২ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।