অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

শিশু দিৱস

শিশু দিৱস (ইংৰাজী: Children's Day) হৈছে শিশুসকলৰ বাবে প্ৰতি বছৰে ভিন্ন দেশত ভিন্ন তাৰিখত পালন কৰা এটা বিশেষ দিৱস। ১৯২৫ চনত শিশু কল্যাণ সম্পৰ্কীয় বিশ্ব সন্মিলনৰ সময়ত জেনেভাত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় শিশু দিৱস ঘোষণা কৰা হৈছিল।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১২১ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

শিশু দিৱস (ইংৰাজী: Children's Day) হৈছে শিশুসকলৰ বাবে প্ৰতি বছৰে ভিন্ন দেশত ভিন্ন তাৰিখত পালন কৰা এটা বিশেষ দিৱস। ১৯২৫ চনত শিশু কল্যাণ সম্পৰ্কীয় বিশ্ব সন্মিলনৰ সময়ত জেনেভাত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় শিশু দিৱস ঘোষণা কৰা হৈছিল। ১৯৫০ চনৰ পৰা প্ৰায়বোৰ কমিউনিষ্ট আৰু উত্তৰ-কমিউনিষ্ট দেশতে ১ জুনত ইয়াক উদযাপন কৰা হয়। ১৯৫৯ চনৰ ২০ নৱেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে শিশুৰ অধিকাৰ ঘোষণাৰ স্মৃতিত ২০ নৱেম্বৰত শিশু দিৱস পালন কৰে। কিছুমান দেশত শিশু দিৱসৰ সলনি শিশু সপ্তাহ পালন কৰা হয়। শিখসকলে ২০ ডিচেম্বৰৰ পৰা ২৭ ডিচেম্বৰলৈ গুৰু গোবিন্দ সিংহৰ পুত্ৰৰ স্মৃতিত শিশু সপ্তাহ পালন কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰত জুন মাহৰ দ্বিতীয় দেওবাৰে শিশু দিৱস পালন কৰা হয়। ভাৰতত স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে ১৪ নৱেম্বৰত শিশু দিৱস পালন কৰা হয়।

বিশ্বৰ বিভিন্ন দেশৰ শিশু দিৱস

গ্ৰেগৰিয়ান বৰ্ষপঞ্জী
তাৰিখদেশ
জানুৱাৰী মাহৰ প্ৰথম শুক্ৰবাৰ১
১১ জানুৱাৰী২
জানুৱাৰী মাহৰ দ্বিতীয় শনিবাৰ৩
ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় দেওবাৰ
১৩ ফেব্ৰুৱাৰী৪
মাৰ্চমাহৰ প্ৰথম দেওবাৰ
১৭ মাৰ্চ
২১ মাৰ্চ৫
৪ এপ্ৰিল
৫ এপ্ৰিল
১২ এপ্ৰিল
এপ্ৰিল মাহৰ অন্তিম শনিবাৰ৬
২৩ এপ্ৰিল
৩০ এপ্ৰিল
৫ মে’
মে’ মাহৰ দ্বিতীয় দেওবাৰ
১০ মে’
১৭ মে’
২৭ মে’
মে’ মাহৰ অন্তিম দেওবাৰ
আৰোহণ দিৱস
১ জুন৭
জুন মাহৰ দ্বিতীয় দেওবাৰ
২৫ জুন
১ জুলাই
জুলাই মাহৰ তৃতীয় দেওবাৰ
২৩ জুলাই
২৪ জুলাই
আগষ্ট মাহৰ প্ৰথম দেওবাৰ
১৬ আগষ্ট
আগষ্ট মাহৰ তৃতীয় দেওবাৰ
৯ ছেপ্টেম্বৰ
১০ ছেপ্টেম্বৰ
২০ ছেপ্টেম্বৰ
২৫ ছেপ্টেম্বৰ(Oosterhout)
১ অক্টোবৰ
অক্টোবৰ মাহৰ প্ৰথম দেওবাৰ
অক্টোবৰ মাহৰ প্ৰথম বুধবাৰ (Children's Day recognition and assignation) আগষ্ট মাহৰ দ্বিতীয় দেওবাৰ (Children's Day observance)
৮ অক্টোবৰ
১২ অক্টোবৰ
অক্টোবৰ মাহৰ চতুৰ্থ শনিবাৰ
অক্টোবৰ মাহৰ চতুৰ্থ শনিবাৰ শিশু সপ্তাহ হিচাপে পালন কৰা হয়৮
নৱেম্বৰ মাহৰ প্ৰথম শনিবাৰ
১১ নৱেম্বৰ
১৪ নৱেম্বৰ
২০ নৱেম্বৰআৰৱ বিশ্ব, ৯, ১০
৫ ডিচেম্বৰ
২৩ ডিচেম্বৰ
২৫ ডিচেম্বৰ
হিন্দু বৰ্ষপঞ্জী
তাৰিখসমসাময়িক গ্ৰেগৰিয়ান তাৰিখদেশ
২৯ ভাদ্ৰ
ভিয়েটনামী বৰ্ষপঞ্জী
তাৰিখসমসাময়িক গ্ৰেগৰিয়ান তাৰিখদেশ
অষ্টম মাহৰ ১৫তম দিৱস

তথ্যসূত্ৰ

  1. ↑ Bahamas celebrates children's health rights for Universal Children's Day – PAHO/WHO · Pan American Health Organization. www.paho.org
  2. ↑ AnydayGuide. Children's Day in Tunisia / January 11, 2023. AnydayGuide
  3. ↑ Thai Children's Day 2023. Thailand NOW
  4. ↑ AnydayGuide. Children's Day in Myanmar / February 13, 2023. AnydayGuide
  5. ↑ الاحتفال بمناسبة عيد الطفل 21 مارس
  6. ↑ LEY 724 DE 2001
  7. ↑ International Children's Day - an official holiday in China. www.advantour.com
  8. ↑ (24 November 2022). Children's Week
  9. ↑ Canada, Public Health Agency of. (2009-06-15). National Child Day. aem
  10. ↑ (2020-11-17). Giornata nazionale dei diritti dell'infanzia e dell'adolescenza 2020. www.governo.it

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিশু দিৱস” প্ৰবন্ধৰ সংশোধন ৩৮২৯৩৫ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।