নিউজ লাইভ (News Live) হৈছে ২৪ ঘণ্টীয়া অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) চেটেলাইট নিউজ চেনেল যিয়ে বাতৰি, সাম্প্ৰতিক পৰিস্থিতি আৰু ইনফ’টেইনমেণ্ট অনুষ্ঠান সম্প্ৰচাৰ কৰে। ইয়াৰ মালিক প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেড, গুৱাহাটী ভিত্তিক সংবাদ মাধ্যমৰ গোট যাৰ সংখ্যাগৰিষ্ঠ অংশীদাৰিত্ব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ।১২৩ সকলো অসমীয়া নিউজ চেনেলৰ ভিতৰত নিউজ লাইভৰ দৰ্শকৰ সংখ্যা সৰ্বাধিক।৪
উল্লেখযোগ্য অনুষ্ঠান
বৰ্তমানৰ কাৰ্যসূচীসমূহ৫
- ব্ৰেকফাষ্ট লাইভ
- দেওবৰীয়া আড্ডা'
- কথা-বাৰ্তা
- গুড মৰ্ণিং অসম'
- গুৱাহাটী লাইভ
- প্ৰেক্ষাপট
- নৈশ গুৱাহাটী
- টক টাইম
বছৰটোৰ শ্ৰেষ্ঠ অসমীয়া
"বছৰটোৰ শ্ৰেষ্ঠ অসমীয়া" হৈছে নিউজ লাইভৰ এক বাৰ্ষিক বঁটা।৬ এই বঁটাৰ বিজয়ী সকল হৈছে:
- ২০০৯: অৰ্ণৱ গোস্বামী৭
- ২০১১: জাহ্নু বৰুৱা
- ২০১২: শিৱ থাপা৮
- ২০১৩: গুণাৰাম খনিকৰ৯
- ২০১৪: আদিল হুছেইন৬
- ২০১৫: অংগৰাগ মহন্ত১০
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ The Sarma Family. india.mom-rsf.org
- ↑ In Conversation with Riniki Bhuyan Sarma: Entrepreneur, Philanthropist and Media Tycoon of Northeast. G Plus
- ↑ PRIDE EAST ENTERTAINMENTS PRIVATE LIMITED – Company, directors and contact details · Zauba Corp. zaubacorp.com
- ↑ BARC India
- ↑ Schedule. News Live
- ↑ (22 January 2015). News Live awards presented. The Assam Tribune
- ↑ (18 January 2010). Award to Arnab Goswami. দ্য আছাম ট্ৰিবিউন
- ↑ (22 January 2013). Life of a woman of no consequence: Shobha De. The Assam Tribune
- ↑ (8 January 2016). Pioneer in Herbal Medicine Dr Gunaram Khanikar passes away. Eastern Today
- ↑ Papon bags ‘Assamese Of The Year’ award. The Northeast Today
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিউজ লাইভ” প্ৰবন্ধৰ সংশোধন ৫৭০৫২৪ (২০ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।