অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১ মে'

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

হালনাগাদ: ২৯ এপ্ৰিল ২০২৩ ২১৮ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৰাজী

জন্ম

  • ১৮৮১ – পিয়েৰে টেইহাৰ্ড দ্য চাৰ্ডিন, ফৰাচী দাৰ্শনিক আৰু জীবাশ্মবিদ (মৃ. ১৯৫৫)
  • ১৯১৯ – মান্না দে, ভাৰতীয় সঙ্গীতশিল্পী।
  • ১৯১৩ - বলৰাজ চাহানী, হিন্দী চলচ্চিত্ৰৰ অভিনেতা। (মৃত্যু: ১৩ এপ্ৰিল, ১৯৭৩)
  • ১৯২২ - আব্দুছ ছাত্তাৰ, অসমৰ কবি, জীৱনীকাৰ, প্ৰবন্ধকাৰ, সমালোচক আৰু শিক্ষাবিদ।
  • ১৯২৩ – জোছেফ হেলাৰ, আমেৰিকান ঔপন্যাসিক (মৃ. ১৯৯৯)
  • ১৯৪২ - ৰমেশ পাঠক, ভাৰতীয় সাহিত্যিক তথা গৱেষক।
  • ১৯৫১ – গৰ্ডন গ্ৰীনিজ, ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ বেটচমেন।
  • ১৯৬০ - কমলেশ মেহতা, ভাৰতীয় টেবুল টেনিছ খেলুৱৈ তথা প্ৰশিক্ষক।
  • ১৯৬৮ - বাবুল ফুকন, অসমৰ এজন সুদক্ষ ফুটবল খেলুৱৈ আছিল। দীৰ্ঘদিন ধৰি যকৃৎ আৰু বৃক্কৰ ৰোগত আক্ৰান্ত হৈ থকাৰ পিছত ২০১৩ চনৰ ১৪ ডিচেম্বৰ তাৰিখে তেওঁ মৃত্যুবৰণ কৰে।
  • ১৯৬৮ – অলিভাৰ বিয়েৰহফ, জাৰ্মান ফুটবল খেলুৱৈ।
  • ১৯৭৩ - ডায়েনা হেইডেন, ভাৰতীয় অভিনেত্ৰী।
  • ১৯৮৮ - অনুষ্কা শৰ্মা, হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী।
  • ১৯৯৫ - ৰাধিকা মাদান, হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী।

মৃত্যু

দিৱস

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

মে'

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১ মে'” প্ৰবন্ধৰ সংশোধন ৩৫৬১০০ (২৯ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।