অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

জাৰ্মান ভাষা

জাৰ্মান ভাষাৰ মূল হৈছে ইণ্ডো ইউৰোপীয় ভাষা পৰিয়ালৰ জাৰ্মানীয় উপভাষাৰ পশ্চিম শাখাৰ নেদাৰলেণ্ডীয় -জাৰ্মান গোটৰ অন্তৰ্গত এটা ভাষা। জাৰ্মান ভাষাৰ উপভাষাবোৰক উচ্চ জাৰ্মান (মান্য সাহিত্যিক জাৰ্মান) আৰু নিম্ন জাৰ্মান- এই দুটা ভাগত ভাগ কৰা হয়।

হালনাগাদ: ২৮ জানুৱাৰী ২০২৬ ৫৪ শব্দ · ১ মিনিট সংগৃহীত ৫৭
সংশোধনৰ পৰামৰ্শ

জাৰ্মান ভাষাৰ মূল হৈছে ইণ্ডো ইউৰোপীয় ভাষা পৰিয়ালৰ জাৰ্মানীয় উপভাষাৰ পশ্চিম শাখাৰ নেদাৰলেণ্ডীয় -জাৰ্মান গোটৰ অন্তৰ্গত এটা ভাষা। জাৰ্মান ভাষাৰ উপভাষাবোৰক উচ্চ জাৰ্মান (মান্য সাহিত্যিক জাৰ্মান) আৰু নিম্ন জাৰ্মান- এই দুটা ভাগত ভাগ কৰা হয়। জাৰ্মান ভাষাৰ উপভাষাবোৰৰ ছুইজাৰলেণ্ডৰ উত্তৰাংশৰ পৰা আৰম্ভ হৈ অবিৰতভাৱে উত্তৰ দিশলৈ গতি হয় আৰু উত্তৰ সাগৰ পৰ্যন্ত ব্যাপি আছে।

Legal status of German in the world.svg
ছবি: 37ophiuchi · CC BY-SA 4.0

সম্পৰ্কিত শ্ৰেণী

ভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাৰ্মান ভাষা” প্ৰবন্ধৰ সংশোধন ৫৭২১৯৮ (২৮ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।