অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১৯ মে'

১৯৪০ - ৰাষ্ট্ৰীয় মিল নামৰ প্ৰসিদ্ধ শ্ৰমিক সংংগঠনটোৰ জন্ম হয়। ১৯৭১ - মঙ্গল গ্ৰহ অভিমুখে ৰুছ মহাকাশযান মাৰ্চ-২ ৰ উপেক্ষণ কৰা হয়। ১৯৭৫ - টকিঅ'ৰ মাৰুনাউচিৰ মিটচোপবিছি হেভি ইণ্ডষ্টিজৰ মুখ্য কাৰ্যালয়ত হোৱা ভয়ংকৰ বিস্ফোৰণৰ (৩০ আগষ্ট, ১৯৭৪) ঘটনাত জড়িত থকাৰ সন্দেহত জাপানৰ কৰ্তৃপক্ষই আঠগৰাকী বাওঁপন্থী…

হালনাগাদ: ১৫ মে’ ২০২৫ ২৪৮ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

  • ১৯৪০ - ৰাষ্ট্ৰীয় মিল নামৰ প্ৰসিদ্ধ শ্ৰমিক সংংগঠনটোৰ জন্ম হয়।
  • ১৯৭১ - মঙ্গল গ্ৰহ অভিমুখে ৰুছ মহাকাশযান মাৰ্চ-২ ৰ উপেক্ষণ কৰা হয়।
  • ১৯৭৫ - টকিঅ'ৰ মাৰুনাউচিৰ মিটচোপবিছি হেভি ইণ্ডষ্টিজৰ মুখ্য কাৰ্যালয়ত হোৱা ভয়ংকৰ বিস্ফোৰণৰ (৩০ আগষ্ট, ১৯৭৪) ঘটনাত জড়িত থকাৰ সন্দেহত জাপানৰ কৰ্তৃপক্ষই আঠগৰাকী বাওঁপন্থী সংগ্ৰামীক আটক কৰিছিল।
  • ১৯৯৯ - কাৰ্গিল আৰু ড্ৰাছত ৪০০ পাক অনুপ্ৰৱেশকাৰী সেনাকসীমান্তৰপৰা বহিষ্কৰণ কৰা হয়।
  • ২০২৪ - প্ৰথম অসমীয়া মহিলা বিমান পাইলট ধীৰা হাজৰিকা চলিহাক বীৰাংগনা মূলা গাভৰু বঁটা তাই আহোম যুৱ পৰিষদৰ দ্বাৰা প্ৰদান কৰা হয়।

জন্ম

  • ১৮৯০ - হ' চি মিন, ভিয়েটনামৰ কমিউনিষ্ট পাৰ্টিৰ প্ৰতিষ্ঠাতা তথা উত্তৰ ভিয়েটনামৰ প্ৰথম ৰাষ্টপতি।
  • ১৯১০ - নাথুৰাম গডছে, ভাৰতীয় জাতীয়তাবাদী নেতা মোহনদাস কৰমচান্দ গান্ধীৰ হত্যাকাৰী।
  • ১৯১৩ - নীলম সঞ্জীৱ ৰেড্ডী, ভাৰতৰ ষষ্ঠগৰাকী ৰাষ্ট্ৰপতি।
  • ১৯৩৪ - ৰাস্কিন বণ্ড, ইংৰাজ মূলৰ ভাৰতীয় লেখক।
  • ১৯৩৮ - গিৰীশ কৰ্ণাড, ভাৰতীয় অভিনেতা, চলচ্চিত্ৰ পৰিচালক তথা লেখক।
  • ১৯৪৯ - আশ্ৰফ ঘানী, আফগানিস্তানৰ ৰাষ্ট্ৰপতি।
  • ১৯৭৪ - নৱাজুদ্দিন চিদ্দিকী, এগৰাকী ভাৰতীয় প্ৰখ্যাত অভিনেতা। তেওঁ গেংছ অফ ৱাছিপুৰ (২০১২), দ্য লাঞ্চবক্স (২০১৩), ৰমন ৰাঘৱ ২.০ (২০১৬), আৰু মান্টো (২০১৮),[6] আদিত তেওঁৰ চৰিত্ৰৰ বাবে জনাজাত। কাঁ চলচ্চিত্ৰ মহোৎসৱত তেওঁ অভিনয় কৰা প্ৰায় আঠখন চলচ্চিত্ৰ প্ৰদৰ্শিত হৈছে। তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ফিল্মফেয়াৰ বঁটা আৰু দুটা এছিয়া পেচিফিক স্ক্ৰীণ বঁটাকে ধৰি অসংখ্য বঁটা লাভ কৰিছে।
  • ১৯৮৩ - দানিছ চিদ্দিকী, ভাৰতীয় ফটো-সাংবাদিক।

মৃত্যু

  • ১৫৩৬ - আনা বোলিন, ইংলেণ্ডৰ ৰজা অষ্টম হেনৰীৰ পত্নী।
  • ১৯০৪ - জামছেটজী টাটা টাটা আইৰণ এণ্ড ষ্টীল কোম্পানী টিছকোৰ প্ৰতিষ্ঠাতা।
  • ২০০৮ - বিজয় টেণ্ডুলকাৰ, ভাৰতীয় নাট্যকাৰ আৰু অভিনেতা।
  • ২০২৪ - মমিন বৰদলৈ প্ৰখ্যাত ফুটবলাৰ, অসম ফুটবল দলৰ প্ৰাক্তন অধিনায়ক।

দিৱস

বাহ্যিক সংযোগ


সম্পৰ্কিত শ্ৰেণী

মে'

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৯ মে'” প্ৰবন্ধৰ সংশোধন ৫০৮৭৪২ (১৫ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।