অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১ জুলাই

১৯০৮ - আন্তৰ্জাতিক বিপদ সংকেত এছ অ'এছ (SOS বা সংকেত · · · — — — · · · ) আৰম্ভ হয়। এছ অ'এছ (SOS) ৰ অৰ্থ হ'ল -চেভ্ আৱাৰ চিপ্ বা চেভ্ আৱাৰ চ'ল্। ১৯৫৫ - ইম্পেৰিয়েল বেঙ্ক অৱ ইণ্ডিয়াৰ নাম ষ্টেট বেঙ্ক অৱ ইণ্ডিয়া কৰা হৈছিল। ১৯৭৯ - চ'নিয়ে (Sony) ৱাক্-মেন (Walkman) উদ্ভাৱন কৰে। ১৯৮৩ - দৰং জিলা গঠন হয়।

হালনাগাদ: ২ জুলাই ২০২৬ ২৪১ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

  • ১৯০৮ - আন্তৰ্জাতিক বিপদ সংকেত এছ অ'এছ (SOS বা সংকেত · · · — — — · · · ) আৰম্ভ হয়। এছ অ'এছ (SOS) ৰ অৰ্থ হ'ল -চেভ্ আৱাৰ চিপ্ বা চেভ্ আৱাৰ চ'ল্।
  • ১৯৫৫ - ইম্পেৰিয়েল বেঙ্ক অৱ ইণ্ডিয়াৰ নাম ষ্টেট বেঙ্ক অৱ ইণ্ডিয়া কৰা হৈছিল।
  • ১৯৭৯ - চ'নিয়ে (Sony) ৱাক্-মেন (Walkman) উদ্ভাৱন কৰে।
  • ১৯৮৩ - দৰং জিলা গঠন হয়।
  • ১৯৮৩ - শ্ৰীভূমি জিলা গঠন হয়।

জন্ম

মৃত্যু

  • ১৮৬০ - চাৰ্লছ গুডইয়েৰ, মাৰ্কিন ৰসায়ন বিজ্ঞানী, ৰবৰৰ ভল্কেনাইজেছন্ প্ৰক্ৰিয়াৰ আৱিষ্কাৰক।
  • ১৮৬২ - ড॰ বিধান চন্দ্ৰ ৰয়: ভাৰতীয় চিকিৎসক তথা ৰাজনীতিক। (জন্ম: ১৮৮২)
  • ১৯৬২ - পুৰুষোত্তম দাস টেণ্ডন: ভাৰতীয় স্বাধীনতা যুঁজাৰু, ৰাজনীতিক। (জন্ম: ১৮৮২)
  • ২০০৪ - মাৰ্লন ব্ৰেণ্ড', হ'লিউডৰ অভিনেতা, দি গড্ ফাদাৰ কথাছবিৰ বাবে প্ৰখ্য়াত।
  • ২০২৫- অনুভৱ তুলসী অসমীয়া ভাষাৰ কবি।

দিৱস

বাহ্যিক সংযোগ


উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১ জুলাই” প্ৰবন্ধৰ সংশোধন ৬১৫২২৪ (২ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।