শিক্ষাৰ দিশত যোৰহাট এখন আগবঢ়া ঠাই। যোৰহাটৰ বাসিন্দাৰ স্বাক্ষৰতাৰ হাৰ অসমৰ ভিতৰতে সৰ্বাধিক।১ ১৮৮৩ চনত প্ৰতিষ্ঠা কৰা যোৰহাট উচ্চ মাধ্যমিক বালক বিদ্যালয়ত তেতিয়াৰ পৰাই বিজ্ঞান শিক্ষাৰ ব্যৱস্থা আছিল। উজনি অসমৰ প্ৰথম মহাবিদ্যালয় ৰূপে জনাজাত “জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়” ১৯৩০ চনত যোৰহাট নগৰত প্ৰতিষ্ঠা কৰা হয়। পৰবৰ্তী কালত নগৰৰ ভিতৰে-বাহিৰে আৰু বহুত উচ্চ শিক্ষানুস্থান গঢ় লৈ উঠে।
গৱেষণা প্ৰতিষ্ঠান
- উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (North East Institute of Science and Technology, NEIST)
- টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠান (Tocklai Tea Research Institute)
- বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান, যোৰহাট (Rain Forest Research Institute, RFRI)
- আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, তিতাবৰ
- কেন্দ্ৰীয় এৰি আৰু মুগা গৱেষণা প্ৰশিক্ষণ প্ৰতিষ্ঠান (Central Eri & Muga Research Training Institute), লাহদৈগড়
- Institute of Biotechnology & Geotectonics Studies (INBGS), চিনামৰা
- ভাৰতীয় শস্য সঞ্চয় ব্যৱস্থাপনা আৰু গৱেষণা প্ৰতিষ্ঠান (Indian Grain Storage Management and Research Institute)
- কেন্দ্ৰীয় ৰেচম প্ৰযুক্তি গৱেষণা প্ৰতিষ্ঠান (Central Silk Technological Research Institute)
বিশ্ববিদ্যালয়
- অসম কৃষি বিশ্ববিদ্যালয় (১৯৬৯ চনত স্থাপিত)
- কাজিৰঙা বিশ্ববিদ্যালয় (২০১২ চনত স্থাপিত)
- অসম মহিলা বিশ্ববিদ্যালয় (২০১৩ চনত স্থাপিত)
কাৰিকৰী শিক্ষানুষ্ঠান
- যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়
- প্ৰিন্স অফ ৱেলছ অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান
- যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (পূৰ্বৰ বিজ্ঞান মহাবিদ্যালয়)
- উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (Industrial Training Institute)
- জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (District Institute of Education & Training)
- উত্তৰ পূব ব্যৱস্থাপনা বিজ্ঞান প্ৰতিষ্ঠান (North East Institute of Management Science)
ডিজাইন শিক্ষানুষ্ঠান
চিকিৎসা প্ৰতিষ্ঠান
- যোৰহাট চিকিৎসা মহাবিদ্যালয়
- ড: জে. কে. শইকীয়া হোমিঅ'পেথিক চিকিৎসা মহাবিদ্যালয়
- মেডিকেল ইনষ্টিটিউট, যোৰহাট (Medical Institute, Jorhat)
মহাবিদ্যালয়
- জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়
- যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান
- নন্দনাথ শইকীয়া মহাবিদ্যালয়, তিতাবৰ
- বাহনা মহাবিদ্যালয়
- বৰহোলা মহাবিদ্যালয়
- সৰ্বোদয় মহাবিদ্যালয়
- চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়, টীয়ক
- চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়
- চিনামৰা মহাবিদ্যালয়
- দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়
- যোৰহাট মহাবিদ্যালয় (একত্ৰিত)
- যোৰহাট আইন মহাবিদ্যালয়
- যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়
- কাকজান মহাবিদ্যালয়
- ডাঃ নবীন বৰদলৈ মহাবিদ্যালয়
- স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়
- Eastern Theological College, ৰাজাবাৰী
- মৰিয়নি মহাবিদ্যালয়
কনিষ্ঠ মহাবিদ্যালয়
- পূৰ্ব ভাৰতী কনিষ্ঠ মহাবিদ্যালয়, চিনামৰা
- প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজ, তিতাবৰ
- কনচেপ্ট জুনিয়ৰ কলেজ, তিতাবৰ
- লুইত ভেলী একাডেমী
- ক্ৰিচেন্ট একাডেমী
- প্ৰজ্ঞা একাডেমী
- ভেলী হাই একাডেমী
- এনকেম ছায়েন্ছ একাডেমী কনিষ্ঠ মহাবিদ্যালয়
বিদ্যালয়
- আৰ্মি পাব্লিক স্কুল
- কছাৰীপৰীয়া প্ৰাথমিক বিদ্যালয়
- নামগৰুমৰা বাপু বাঢ়ৈ উচ্চ মাধ্যমিক বিদ্যালয়
- কল্যাণী উচ্চতৰ মাধ্যমিক বিদ্যালয়
- কাৰ্মেল স্কুল
- খালচা উচ্চ মাধ্যমিক বিদ্যালয়
- চিনামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়
- চেণ্ট মেৰীজ হাইস্কুল
- ছেমফ'ৰ্ড ফিউচাৰিষ্টিক স্কুল
- জয়া বিদ্যাপীঠ
- জৱাহৰ নবোদয় বিদ্যালয়, তিতাবৰ
- জোনাকী সঙ্ঘ বিদ্যালয়
- ডন বস্ক' বিদ্যালয়, বাঘচুং
- ডন বস্ক' বিদ্যালয়, লিচুবাৰী
- দিল্লী পাব্লিক স্কুল
- দীপাঙ্কৰ বিদ্যাপীঠ
- দেৱী চৰণ বৰুৱা উচ্চ মাধ্যমিক বালিকা বিদ্যালয়
- দহোতীয়া উচ্চ মাধ্যমিক বিদ্যালয়
- পালি উচ্চ মাধ্যমিক বিদ্যালয়
- বৰভেটা পাব্লিক প্ৰাথমিক, মধ্য ইংৰাজী আৰু উচ্চ মাধ্যমিক বিদ্যালয়
- বাহনা উচ্চ মাধ্যমিক বালক বিদ্যালয়
- বাহনা বাল্য ভৱন
- বাল্য ভৱন
- নৱজ্যোতি মধ্য/উচ্চ ইংৰাজী বিদ্যালয়
- বাল ভাৰতী বায়ু সেনা বিদ্যালয়
- বিদ্যুৎকুঞ্জ জাতীয় বিদ্যালয়
- ভাটেমৰা গীতাৰ্থী নিম্ন প্ৰাথমিক বিদ্যালয়
- ভাটেমৰা মধ্য ইংৰাজী বিদ্যালয়
- মহৰ্ষি বিদ্যা মন্দিৰ, যোৰহাট
- মালৌ আলি উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়
- মেৰীলেণ্ড হাইস্কুল
- যোৰহাট আদৰ্শ সংযুক্ত বিদ্যালয়
- যোৰহাট গীতাৰ্থী বিদ্যালয়
- যোৰহাট হাই স্কুল
- যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়
- যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়
- যোৰহাট মকতব্ আদৰ্শ প্ৰাথমিক বিদ্যালয়
- ৰ'য়েল অ'ক্ হাইস্কুল
- ৰাষ্ট্ৰভাষা উচ্চ মাধ্যমিক বিদ্যালয়
- ৰেৱকান্ত বৰুৱা পাব্লিক হাইস্কুল
- শঙ্কৰদেৱ চেমিনাৰী বিদ্যালয়
- স্প্ৰীংডেইল হাইস্কুল
- হেমলতা সন্দিকৈ মেম'ৰিয়েল ইনষ্টিটিউট
- খৰিকটীয়া উচ্চ মাধ্যমিক বিদ্যালয়
- ধলি উচ্চ মাধ্যমিক বিদ্যালয়
- তৰাজান উচ্চ মাধ্যমিক বিদ্যালয়
কেন্দ্ৰীয় বিদ্যালয়
- কেন্দ্ৰীয় বিদ্যালয় (বায়ু সেনা আস্থান)
- কেন্দ্ৰীয় বিদ্যালয় (NEIST)
- কেন্দ্ৰীয় বিদ্যালয় (ONGC)
তথ্যসূত্ৰ
- ↑ www.whereincity.com/india/assam/assam-districts., আহৰণ ২৩.১১.২০১১
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যোৰহাট জিলাৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৬১৩৪১৮ (২১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।