অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়

চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয় যোৰহাট জিলাৰ টীয়কৰ জগদুৱাৰত ১৯৫৯ চনত স্থাপন কৰা হৈছিল। এই মহাবিদ্যালয় খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৮৯ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয় যোৰহাট জিলাৰ টীয়কৰ জগদুৱাৰত ১৯৫৯ চনত স্থাপন কৰা হৈছিল। এই মহাবিদ্যালয় খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।১

পাঠ্যক্ৰম সমূহ

  • উচ্চতৰ মাধ্যমিক (কলা আৰু বাণিজ্য)২
  • স্নাতক (কলা আৰু বাণিজ্য)

বিভাগ

কলা আৰু বাণিজ্য

  • অসমীয়া
  • ইংৰাজী
  • বুৰঞ্জী
  • শিক্ষা
  • অৰ্থনীতি
  • ৰাজনীতি বিজ্ঞান
  • সমাজশাস্ত্ৰ
  • বাণিজ্য

আন্তঃগাঁঠনি

মহাবিদ্যালয় খনৰ আন্তঃগাঁঠনি সমূহ হৈছে:

  • কেন্দ্ৰীয় পুথিভঁৰাল,
  • ছাত্ৰী জিৰণি কোঠা,
  • ছাত্ৰ জিৰণি কোঠা,
  • ছাত্ৰীনিবাস,
  • ছাত্ৰাবাস,
  • খেলপথাৰ,
  • কম্পিউটাৰ চেণ্টাৰ,
  • প্ৰেক্ষাগৃহ,
  • শিক্ষক জিৰণি কোঠা,
  • বিভাগীয় কোঠা,
  • ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক তথা কৰ্মচাৰীৰ বাবে পৃঠক চাইকেল আস্থান আৰু যান-বাহন পাৰ্কিং ব্যৱস্থা,
  • প্ৰশাসনীয় ভৱন,
  • কেন্দ্ৰীয়ভাৱে শীত-তাপ নিয়ন্ত্ৰিত অভিৱৰ্তন কোঠা,
  • ডিজিটেল শ্ৰেণীকোঠা,
  • ইণ্ডোৰ ষ্টেডিয়াম,
  • কেণ্টিন ব্যৱস্থা।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Affiliated College of Dibrugarh University
  2. ↑ www.ckbcollegeteok.com/

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহযোৰহাট জিলাৰ শৈক্ষিক প্ৰতিষ্ঠান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৩৮০৭৭১ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।