মানৱ আৰু দানৱ (Manav Aru Danav) ১৯৭১ চনত মুক্তি পোৱা এখন অসমৰ চলচ্চিত্ৰ। কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা ইন্দুকল্প হাজৰিকা। সংলাপ ৰচনা কৰিছিল নাট্যকাৰ প্ৰফুল্ল বৰাই। নগাঁৱৰ শ্ৰীকৃষ্ণ ফিল্মছৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল কাশীপ্ৰসাদ বিহানীয়ে।১২
অভিনয় শিল্পী
- বিজয় শংকৰ
- নিপন গোস্বামী
- বিদ্যা ৰাও (অভিনেত্ৰী)
- দীনেশ দাস
- পুণ্য দাস
- চন্দ্ৰা
- অনুপমা ভট্টাচাৰ্য
- বিৰিঞ্চি ভট্টাচাৰ্য
- পূৰ্ণিমা পাঠক শইকীয়া,
- আভা হাজৰিকা
- প্ৰবীন দাস
- চম্পা
- ৰাণু হাজৰিকা
- তৃপ্তি (শিশুশিল্পী) আদি।
সঙ্গীত
ছবিৰ সঙ্গীত জীতু-তপন। গীত লিখিছে নুৰুল হক আৰু নিৰ্মলপ্ৰভা বৰদলৈয়ে। মুঠ গীত সাতটা। ইয়াৰে এটা হিন্দী ভাষাৰ গীত।৩
তথ্যসূত্ৰ
- ↑ Das Arunlochan. (2013). ((১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত)). Shashi Shisu Prakashan, Guwahati. পৃ. 173
- ↑ Released Assamese Feature Films. www.enajori.com
- ↑ Babul Das. (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃ. 145
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মানৱ আৰু দানৱ” প্ৰবন্ধৰ সংশোধন ৬১৯১০৮ (২৪ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।