অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পল ফুকন

পল ফুকন (ইংৰাজী: Paul Phukan) অসমৰ এগৰাকী অভিনেতা। ১১ অক্টোবৰৰ দিনা গুৱাহাটীত পলৰ জন্ম হয় (চন?)। বৰ্তমানলৈ তেওঁ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ, নাটক আৰু চুটি ছবি তথা ধাৰাবাহিকত অভিনয় কৰিছে৷ ইয়াৰ উপৰিও তেওঁ অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ জগতত অতিকৈ জনপ্ৰিয়।

হালনাগাদ: ১৬ এপ্ৰিল ২০২১ ৪৯ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

পল ফুকন (ইংৰাজী ভাষা: Paul Phukan) অসমৰ এগৰাকী অভিনেতা। ১১ অক্টোবৰৰ দিনা গুৱাহাটীত পলৰ জন্ম হয় (চন?)। বৰ্তমানলৈ তেওঁ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ, নাটক আৰু চুটি ছবি তথা ধাৰাবাহিকত অভিনয় কৰিছে৷ ইয়াৰ উপৰিও তেওঁ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জগতত অতিকৈ জনপ্ৰিয়। পল অসমৰ জনপ্ৰিয় অভিনেত্ৰী তথা পৰিচালক ৰেবা ফুকনৰ একমাত্ৰ সন্তান।

সম্পৰ্কিত শ্ৰেণী

অসমীয়া অভিনেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পল ফুকন” প্ৰবন্ধৰ সংশোধন ২৭১৪২০ (১৬ এপ্ৰিল ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।