অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰেবা ফুকন

ৰেবা ফুকন (ইংৰাজী: Reba Phukan) অসমৰ এগৰাকী অভিনেত্ৰী। বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ, নাটক আৰু ছুটি ছবি তথা ধাৰাবাহিকত অভিনয় কৰিছে ৷ ইয়াৰ উপৰিও অসমৰ ভ্ৰাম্যমান থিয়েটাৰসমূহত তেখেতে বহু নাটকত অভিনয় কৰিছে ৷ অসমৰ গোলাঘাট জিলাৰ কঁহৰা গাঁৱত ২৩ জুন তাৰিখে তেখেতৰ জন্ম হৈছিল ৷ তেখেতৰ পিতৃৰ…

হালনাগাদ: ২ জানুৱাৰী ২০২২ ১০৭ শব্দ · ১ মিনিট সংগৃহীত ৫১
সংশোধনৰ পৰামৰ্শ

ৰেবা ফুকন (ইংৰাজী ভাষা: Reba Phukan) অসমৰ এগৰাকী অভিনেত্ৰী। বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ, নাটক আৰু ছুটি ছবি তথা ধাৰাবাহিকত অভিনয় কৰিছে ৷ ইয়াৰ উপৰিও অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰসমূহত তেখেতে বহু নাটকত অভিনয় কৰিছে ৷ অসমৰ গোলাঘাট জিলাৰ কঁহৰা গাঁৱত ২৩ জুন তাৰিখে তেখেতৰ জন্ম হৈছিল ৷ তেখেতৰ পিতৃৰ নাম হৰেণ ফুকন আৰু মাতৃৰ নাম অৰুণি ফুকন ৷ অসমৰ এজন উদীয়মান অভিনেতা পল ফুকন তেখেতৰেই সন্তান ৷

অসমীয়া চলচ্চিত্ৰত ৰেবা ফুকন

তথ্যসূত্ৰ

  1. ↑ Welcome to. Rupaliparda.com

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেবা ফুকন” প্ৰবন্ধৰ সংশোধন ৩১০০৩৩ (২ জানুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।