জাৰা য়েছমিন (Zaara Yesmin; জন্ম: ৮ জানুৱাৰী ১৯৯৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল।১ ইউটিউবত প্ৰায় ২০ কোটি ভিউ লাভ কৰা "সব কি বাৰাতেইঁ" শীৰ্ষক গীতটোৰ সংগীত ভিডিঅʼত অভিনয় কৰাৰ বাবে তেওঁ সুপৰিচিত।২৩ তেওঁ টেলিভিছন বিজ্ঞাপনতো অভিনয় কৰিছে।৪৫৬ ২০১৬ চনত, তেওঁ "ফেমিনা ষ্টাইল ডিভা ইষ্ট" খিতাপ লাভ কৰিছিলৰে।
কৰ্মজীৱন
"ইক ৱাৰ" শীৰ্ষক পঞ্জাবী গীত এটিত য়েছমিনে পঞ্জাবী কণ্ঠশিল্পী ফালক শ্ববিৰ আৰু গুৰু ৰন্ধাৱাৰ বিপৰীতে অভিনয় কৰিছিল। ইয়ে মনোৰঞ্জন জগতত তেওঁৰ অগ্ৰগতিৰ মঞ্চ হিচাপে কাম কৰে।৭৪ য়েছমিনে বহুকেইখন মিউজিক ভিডিঅ’ত অভিনয় কৰিছে।৮ ছুপাৰষ্টাৰ নামৰ কন্নড় ছবি এখনত অভিনয়েৰে তেওঁ নিজৰ কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল।৪ ২০২২ চনত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ভগত সিং কোশ্যাৰীয়ে তেওঁক শ্ৰেষ্ঠ অভিনয়ৰ বাবে সন্মানিত কৰিছিল।৯ শেহতীয়াকৈ, জাৰাই টি-ছিৰিজৰ দ্বাৰা মুক্তি পোৱা সংগীত ভিডিঅʼ "ছাডি গলি ২.০"ত অভিনেতা ফ্ৰেডী দাৰুৱালাৰ বিপৰীতে অভিনয় কৰিছে। দুসপ্তাহৰ ভিতৰতে এই ভিডিঅ’টোৱে ৫০ লাখৰো অধিক ভিউ লাভ কৰিছে।১০
চলচ্চিত্ৰপুঞ্জী
সংগীত ভিডিঅʼ
| বৰ্ষ | শিৰোনাম | কণ্ঠশিল্পী(সকল) | তথ্যসূত্ৰ |
|---|---|---|---|
| ২০১৬ | "ইক ৱাৰ" | ফালক শ্ববিৰ | ১১ |
| ২০১৭ | "নয়ন নে বান্ধ ৰাখিনে" | দৰ্শন ৰাৱল | ১২ |
| ২০১৮ | "তেৰে তে" | গুৰু ৰন্ধাৱা, ইক্কা | ১৩ |
| ২০২০ | "জুট্টি" | পায়ল দেৱ, ইক্কা | ১৪ |
| "কান্ধে কা ৱহ তিল" | চেচেট টেণ্ডন | ১৫ | |
| ২০২১ | "ইছ তাৰাহ আশিকি কা।" | দেৱ নেগী | ১৬ |
| ২০২২ | "সবকি বাৰাতেইঁ আয়ী" | দেৱ নেগী, সীপি ঝা | ১৭ |
| "হোঁঠোঁ পে বাছ" | সীপি ঝা, সমীৰ খান | ১৮ | |
| "বেহাল" | কৰণ চেহম্বী, ছিমাৰ কৌৰ | ১৯ | |
| ২০২৩ | "সোণেয়া সজনা" | অন্তৰা মিত্ৰ, শ্বোৱেইব ইব্ৰাহিম | ২০ |
| "সাডি গলি ২.০" | লেহম্বাৰ হুছেইনপুৰী, শিপ্ৰা গোৱেল | ২১ | |
| ২০২৩ | "লটকা" | অমিত মিশ্ৰ, শিল্পা সুৰোচ | ২২ |
| ২০২৪ | "য়াৰা দিলদাৰা" | আশা ভোছলে, হৰজোত কৌৰ | ২৩ |
| "সবকি বাৰাতেইঁ আয়ী ২" | দেৱ নেগী, সীপি ঝা | ২৪ |
তথ্যসূত্ৰ
- ↑ Actress Zaara Yesmin body-hugging leopard print dress · Entertainment - Times of India Videos. The Times of India
- ↑ (23 January 2022). Sabki Baaratein Aayi · Zaara Yesmin · Parth Samthaan · Dev Negi, Seepi Jha · Raaj · Tips Official
- ↑ Watch New Hindi Trending Song Music Video - 'Sabki Baaratein Aayi' Sung By Dev Negi And Seepi Jha Featuring Zaara Yesmin And Parth Samthaan · Entertainment - Times of India Videos. The Times of India
- ↑ (30 December 2020). Zaara Yesmin to make her film debut with Superstar. The New Indian Express
- ↑ Zaara Yesmin Bikini Photos: బికినీలో జారా యాస్మిన్ అందాల విందు. పిక్స్ చూస్తే అంతేసంగతులు!!. Zee News Telugu
- ↑ Zaara Yesmin. IMDb
- ↑ Innfinity. (2019-04-26). Zaara Yesmin: everything about the Indian model, actress, entrepreneur and explorer · Instagram, bio and more. INNFINITY
- ↑ Parth Samthaan: Zaara Yesmin pitched my name for the music video; fans love our chemistry. The Times of India
- ↑ 07.03.2022:Governor felicitates 'Powerful Women of the Year' · Raj Bhavan Maharashtra · India
- ↑ Zaara Yesmin talks about her new song 'Sadi Gali 2.0' & shooting experience · Television News. Zoom TV
- ↑ (2016-01-26). Ik Waar (feat. DJ Shadow)
- ↑ Nayan ne bandh rakhi ne by darshan raval
- ↑ (2019-03-02). Tere Te (From "Tere Te") (Full Song & Lyrics) - Ikka, Guru Randhawa - Download or Listen Free - JioSaavn
- ↑ (2020-06-07). Jassi - Single by Payal Dev & Ikka
- ↑ (2020-09-10). Kandhe Ka Woh Til (Full Song & Lyrics) - Sachet Tandon, Manan Bhardwaj - Download or Listen Free - JioSaavn
- ↑ (2021-07-12). Is Tarah Aashiqui Ka (Full Song & Lyrics) - Is Tarah Aashiqui Ka - Download or Listen Free - JioSaavn
- ↑ (2022-01-24). Sabki Baaratein Aayi - Single by Dev Negi & Seepi Jha
- ↑ (2022-11-04). Honthon Pe Bas by Seepi Jha & Sameer Khan
- ↑ (2022-11-29). Behaal (Full Song) - Behaal - Download or Listen Free - JioSaavn
- ↑ (2023-02-10). Soneya Sajna by Shekhar Khanijo & Antara Mitra
- ↑ (21 June 2023). Sadi Gali 2.0 · Freddy, Zaara Yesmin · Lehmber Hussainpuri, Shipra Goyal · Krsna, DJ Shadow Dubai
- ↑ Siddharth Nigam REACTS to Aladdin's new season; Siddhath & Zaara Yesmin on their new song 'Latka'. Zoom TV
- ↑ Yaara Dildaara music video: Asim Riaz's song has fancier sets that fit the tune but we miss Sridevi. OTTPlay
- ↑ (2024-02-02). "Sabki Baaratein Aayi 2" by Zaara Yesmin & Parth Samthaan Sets the Stage for a Mesmerizing Sequel - Saachi Baat
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাৰা য়েছমিন” প্ৰবন্ধৰ সংশোধন ৫২৭৪৯৮ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।