অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
অসমৰ জনগোষ্ঠীসমূহৰ মৃতদেহ সৎকাৰ পদ্ধতি
অসম হৈছে উত্তৰ-পূৱ ভাৰতৰ বিভিন্ন জনগোষ্ঠীয় লোকৰ সংস্কৃতিৰ ৰম্যভূমি। সকলো জনগোষ্ঠী মিলি বৃহত্তৰ অসমীয়া সংস্কৃতি গঢ় দিছে যদিও জনগোষ্ঠীবোৰে স্বকীয় সাংস্কৃতিক বৈশিষ্ট্যবোৰ অটুত ৰাখিছে।
-
অসমৰ জনজাতি (গ্ৰন্থ)
অসমৰ জনজাতি প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্য লিখিত এখন গ্ৰন্থ৷ গ্ৰন্থখনত অসম, নগাভূমি আৰু উত্তৰ পূব সীমান্ত অঞ্চলৰ জনজাতিসমূহৰ বিৱৰণ আছে৷ সেইদৰে পাহাৰ আৰু ভৈয়ামৰ অন্যান্য জনজাতিসকলৰ বিষয়েও চমু পৰিচয় আছে৷
-
অসমৰ ঠাইৰ নামকৰণ
অসমৰ ঠাই কিছুমানৰ নামৰ গাঁথনিত এক বিশেষ সাদৃশ্য দেখা যায়। কৌতূহলত বহুবোৰ ঠাইৰ নামবোৰ সংগ্ৰহ কৰি সেইবোৰক শেষৰ শব্দটোৰ ভিত্তিত পৃথক কৰাত ঠাইবোৰৰ নামকৰণত এক ধৰণৰ নিয়ম ওলাই পৰিল। দেখা যায় যে, অসমত বহুবোৰ ঠাইৰ নাম দুটা শব্দ লগ লগাই কৰা হয়।
-
অসমৰ ধান খেতিৰ সঁজুলিসমূহ
অতীজৰে পৰাই অসমীয়া মানুহে খেতিৰ লগত জড়িত হৈ আহিছে, কৃষি কৰ্মৰ লগত জড়িত কিছু সঁজুলিৰ হ'ল নাঙল আৰু যুঁৱলি, লাহনি, ওখোন আদি।
-
অসমৰ নৃ-প্ৰজাতীয় গাঁথনি
অসমৰ নৃ-প্ৰজাতীয় গাঁথনি অনাৰ্য, খিলঞ্জীয়া জনসমষ্টিৰ মিলনৰ তীৰ্থভূমি অসমলৈ ভাৰত আৰু বৰ্হিভাৰতৰ পৰা ভিন ভিন জাতি উপজাতিৰ প্ৰৱেশ কৰে। বিজ্ঞানীসকলে পৃথিৱীৰ সকলো মানুহকে একগোট কৰি গঠন কৰা মানৱগোষ্ঠীৰ (হ'ম'ছেপিয়েন্স) মুখ্য প্ৰজাতি চাৰিটা:
-
অসমৰ পিতল শিল্প
অসমত প্ৰাচীন কালৰে পৰা সোণ, ৰূপ আদি ধাতুৰ প্ৰচলন থকা আৰু এইবোৰৰ জৰিয়তে এক কুটীৰ উদ্যোগ গঢ়ি উঠাৰ দৰে অসমৰ ঘাইকৈ হাজো অঞ্চল পিতল শিল্পৰ বাবে জনাজাত৷ পিতলেৰে গঢ়া বিভিন্ন বাচন-বৰ্তন অসমীয়া সংস্কৃতিৰ অংগাংগী সম্পদ৷ সাধাৰণতে, মৰীয়া জনগোষ্ঠীৰ লোকসকলেই পিতলৰ বিভিন্ন সামগ্ৰী তৈয়াৰ কৰে৷ এই মৰীয়াসকল…
-
অসমৰ পুথিচিত্ৰ: অজামিলোপাখ্যান
অসমৰ পুথিচিত্ৰ: অজামিলোপাখ্যান মহাপুৰুষ শঙ্কৰদেৱে পদবন্ধ কৰা ষষ্ঠস্কন্ধ ভাগৱতৰ অংশ। অজামিল-উপাখ্যান খনিয়ে মধ্যযুগীয় সত্ৰীয়া আৰু ৰাজপৃষ্ঠপোষকতাৰে সমৃদ্ধ গড়গঞা-উভয় চিত্ৰশৈলীৰ যোগেদি আত্মপ্ৰকাশ কৰা দেখা যায়। সত্ৰীয়া চিত্ৰশৈলীৰ প্ৰথমখনি পুথিচিত্ৰ দক্ষিণপাট সত্ৰৰ পুথিশালাত থকা বুলি জনা যায়।
-
অসমৰ পুৰণি স্থাপত্য
অসমৰ পুৰণি স্থাপত্য বুলিলে পুৰণি কালত নিৰ্মাণ কৰা মঠ-মন্দিৰসমূহৰ কথা বুজোৱা হয়। মঠ -মন্দিৰসমূহৰ লগতে বিভিন্ন ৰজাঘৰীয়া প্ৰাসাদ-দূৰ্গ আদিয়েও পুৰণি অসমৰ স্থাপত্য নিদৰ্শন দাঙি ধৰে।
-
অসমৰ পোক - পৰুৱা
অসমৰ পোক পৰুৱা বুলিলে সাধাৰণতে অসমৰ প্ৰাকৃতিক পৰিৱেশত উপলব্ধ বিভিন্ন প্ৰজাতিৰ পতংগ আদিক বুজা যায়। অসমত যথেষ্ট পৰিমানে বৰষুন হয়। যাৰ ফলত বন-জংঘলৰ পৰিমাণ বেছি বাবেই এই ভূখণ্ডত পোক পৰুৱাৰ সংখ্যা আগণন।
-
অসমৰ পোক-পৰুৱা
অসমত যথেষ্ট পৰিমানে বৰষুন হয়। যাৰ ফলত বন -জংঘল বহুত হোৱা দেখা পোৱা যায়। গতিকে এই ভূখণ্ডত পোক পৰুৱাও আগণন। সকলোৰে পৰিচিত কিছুসংখ্যক পোক পৰুৱা নাম তলত উল্লেখ কৰা হ'ল - আনপোতনি, আমৰলি, আলহী পৰুৱা, উই, উই চিৰিঙা, উৰহ, ককা, কাকতি ফৰিং, কালিন্দী ভোমোৰা, কুকুৰ মাখি, কুণকুণি মাখি, কুঁজী বিচা, কুম…
-
অসমৰ প্ৰতীক
অসমৰ প্ৰতীক বৰ্তমান ভাৰতৰ অসম ৰাজ্যই চৰকাৰী ব্যৱহাৰৰ বাবে কোনো সুকীয়া প্ৰতীক গ্ৰহণ কৰা নাই আৰু ইয়াৰ পৰিৱৰ্তে ওপৰত "অসম ছৰকাৰ" আৰু তলত "Government of Assam" শব্দৰে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক ব্যৱহাৰ কৰে।
-
অসমৰ পৰম্পৰাগত পুখুৰী খনন
প্ৰাচীন অসমত পুখুৰী খনন এক পৰম্পৰাগত কাৰ্য হৈ পৰিছিল৷ অসমত ৰাজত্ব কৰা বিভিন্ন ৰজা বা ৰাজবংশীয় লোকে বিভিন্ন উদ্দেশ্য, যেনে; প্ৰজাক খোৱাপানী যোগান, যুদ্ধ জয়ৰ চিন হিচাপে, ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰিবলৈ, জলসিঞ্চন, সৌন্দৰ্য বৰ্ধন আৰু স্মৃতি ৰক্ষাৰ্থে সময়ে সময়ে পুখুৰী খন্দাইছিল আৰু ই পৰম্পৰাত পৰিণত…
-
অসমৰ পৰম্পৰাগত সাজ-পাৰ
অসমৰ পুৰুষ সমাজে অতীতৰ পৰা ধূতী পিন্ধি আহিছে। পুৰণি চিত্ৰ আৰু মূৰ্তিৰ পৰা জানিব পৰা যায় যে, পুৰুষে ধূতী নাভিৰ তলত পিন্ধিছিল আৰু তলফালে সাধাৰণতে আঁঠুৰ ওপৰত পেলাই পিন্ধিছিল। এনে প্ৰমাণ দশম শতিকাত নিৰ্মাণ হোৱা দেওপানীৰ বিষ্ণুমূৰ্তিত বিশেষত্ব বিদ্যমান।
-
অসমৰ ফেৰী দুৰ্ঘটনা
অসমৰ ফেৰী দুৰ্ঘটনা ২০১২ চনৰ ৩০ এপ্ৰিল তাৰিখে অসম ৰাজ্যৰ ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰ নদীত সংঘটিত এক ভয়ংকৰ নৌ-দুৰ্ঘটনা। প্ৰায় ৩৫০জন যাত্ৰী বহন কৰা এখন ফেৰী হঠাৎ অহা ধুমুহাত পৰি নদীত উলটি পৰে। এই দুৰ্ঘটনাত অন্ততঃ ১০৮জন লোকৰ মৃত্যু ঘটে আৰু বহু লোক নিখোঁজ হয়।
-
অসমৰ বস্ত্ৰৰ মোটিফ
অসমত যিবোৰ বস্ত্ৰ পৰম্পৰাগতভাৱে তৈয়াৰ কৰা হয় তাৰ কিছুমান নিৰ্দিষ্ট মোটিফ বা ফুল বছা শৈলী আছে। এই শৈলীসমূহ গামোছা, চাদৰ, মেখেলা, বুকুচোলা, ৰিহা আদিত তোলা হয়। এনে শৈলীৰ কিছুমান হৈছে সিংখাপ, বুটা, গছা, জাপি আদি। অসমৰ বিভিন্ন জনগোষ্টীৰ লোকৰ নিজস্ব পৰম্পৰাগত সাজ-পোছাকৰো মোটিফ ভিন্ন হোৱা দেখা যায়।
-
অসমৰ বাঁহ-বেতৰ শিল্প
অসমৰ বাঁহ-বেতৰ শিল্প (Bamboo and cane culture of Assam) হৈছে অসমৰ এক কুটীৰ শিল্প। অসম প্ৰাকৃতিক সম্পদেৰে চহকী আৰু ইয়াৰ অধিকাংশ অৰণ্যত বিভিন্ন প্ৰজাতিৰ বাঁহ-বেত মজুত আছে। বাঁহ হৈছে এবিধ বহুমুখী কেঁচামাল আৰু ই পৌৰাণিক দিনৰে পৰা অসমৰ জীৱনশৈলী আৰু অৰ্থনীতিৰ এক অংগ।
-
অসমৰ বান্ধ আৰু জলাধাৰসমূহৰ তালিকা
বান্ধ হৈছে প্ৰাকৃতিক ভাবে প্ৰবাহিত পানী বা ভূগৰ্ভস্থ জলপ্ৰবাহবন্ধ বা সীমিত কৰা একপ্ৰকাৰৰ কৃত্ৰিম বাধা। বান্ধৰ ফলত কৃত্ৰিম জলাধাৰৰ সৃষ্টি হয়। বান্ধৰ দ্বাৰা সৃষ্টি হোৱা জলাধাৰবোৰে বানপানী ৰোধ কৰাৰ লগতে জলসিঞ্চন, মানুহৰ দৈনন্দিন ব্যৱহাৰ, ঔদ্যোগিক ব্যৱহাৰ, মীনপালন, জলঅৰ্থনীতি আৰু যাতায়তৰ বাবে পানী…
-
অসমৰ বিভিন্ন বঁটা আৰু পুৰস্কাৰ
এই তালিকাত অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সাহিত্য, কলা, সংগীত, খেল, চলচ্চিত্ৰ আদি বিভিন্ন শিতানত প্ৰদান কৰা বঁটা আৰু সন্মানসমূহৰ তালিকা দিয়া হৈছে৷
-
অসমৰ বিমানবন্দৰসমূহ
-
অসমৰ বৃত্তিয়াল সম্প্ৰদায়সমূহ
পুৰণি অসমত প্ৰাপ্ত বিভিন্ন অভিলেখ আৰু পুথি-পাঁজিৰ সহায়ত অসম ভূখণ্ডত বসবাস কৰা বিভিন্ন বৃত্তিয়াল সম্প্ৰদায়ৰ বিষয়ে ধাৰণা এটা কৰিব পাৰি।
-
অসমৰ বৰষুণ
সমগ্ৰ অসমত গড়ে প্ৰতি বছৰে ১৫০০ – ২০০০ মিলিমিটাৰ বৰষুণ হয়। সাধাৰণতে ডিচেম্বৰ মাহৰপৰা ফেব্ৰুৱাৰী মাহলৈকে বৰষুণৰ পৰিমাণ যথেষ্ট কমি থাকে। মাৰ্চ মাহৰ মাজভাগৰপৰা ৰাজ্যখনত বৰষুণৰ পৰিমাণ ক্ৰমশঃ বৃদ্ধি পাবলৈ ধৰে। জুলাই মাহৰপৰা ছেপ্টেম্বৰৰ শেষৰপৰা বৰষুণৰ পৰিমাণ লাহে লাহে কমি আহে আৰু আকাশ ফৰকাল হ’বলৈ ধৰে।
-
অসমৰ ভূঞাসকল
অসমৰ ভূঞাসকল খৃষ্টীয় ত্ৰয়োদশ শতিকাৰ পৰা সপ্তদশ শতিকামানলৈ অসমৰ বিভিন্ন ঠাইত সৰু সৰু ৰাজ্য শাসন কৰা এক জনগোট আছিল৷ এই ভূঞা জনগোটৰ কেইবাটাও ফৈদ আছিল৷ তেওঁলোক কনৌজৰ পৰা অসমলৈ আহে৷ ভূঞাসকলে কোনো এটা জাতিক প্ৰতিনিধিত্ব কৰা নাছিল৷ তেওঁলোকৰ মাজত ব্ৰাহ্মণ, কলিতা(কায়স্থ) আৰু কিছুমান মুছলমান মানুহো ভূঞা…
-
অসমৰ মহকুমাসমূহৰ তালিকা
প্ৰশাসনৰ ফালৰ পৰা জিলা পৰ্যায়ৰ ঠিক পিছৰ পৰ্যায়টোক মহকুমা বুলি কোৱা হয়। ভাৰতৰ স্বাধীনতাৰ পিছৰে পৰা বিভিন্ন প্ৰশাসনিক সংস্কাৰৰ ফলত অসমৰ প্ৰশাসনিক গোট ক্ৰমে বৃদ্ধি হৈ আহিছে। প্ৰথমে অসমত মুঠ ৫৪টা মহকুমা আছিল। পিছত অসম চৰকাৰে ২০১৬ চনৰ ২৬ জানুৱাৰী তাৰিখে আৰু ২৫টা নতুন মহকুমা আৰু ৫খন নতুন জিলা গঠন কৰে।
-
অসমৰ মাছমৰীয়া সম্প্ৰদায়
উত্তৰ-পূব ভাৰতত বেছিভাগ সম্প্ৰদায় মাছ ধৰাত জড়িত। কিন্তু মাত্ৰ কেইটামান খিলঞ্জীয়া জনগোষ্ঠীয়েহে ব্যৱসায়িক মাছ ধৰাৰ কামত নিয়োজিত। ইয়াৰে অধিকাংশই ক্ষুদ্ৰ উদ্যোগ,আৰু অভ্যন্তৰীণ নদীৰ মাছৰ উদ্যোগত জড়িত।
-
অসমৰ মাজেদি যোৱা ৰাষ্ট্ৰীয় ঘাই পথ সমূহ
অসমৰ মাজেদি যোৱা ৰাষ্ট্ৰীয় ঘাই পথ সমূহ # ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ: উত্তৰ শালমাৰা - নলবাৰী-বাইহাটা চাৰিআলি-আমিনগাওঁ। আমিনগাঁৱত ই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগ লাগিছে। ৩১ নং (খ) ৰাষ্ট্ৰীয় ঘাইপথ: উত্তৰ শালমাৰা। যোগীঘোপাৰ ওচৰত ই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগ লাগিছে। ৩১ নং(গ) ৰাষ্ট্ৰীয় ঘাইপথ: কচুগাঁও -ছিদলী।
-
অসমৰ লোক-সংস্কৃতি (গ্ৰন্থ)
অসমৰ লোক-সংস্কৃতি গ্ৰন্থখনৰ লিখক বিৰিঞ্চি কুমাৰ বৰুৱা৷ গ্ৰন্থখনত অসমীয়া লোক-সংস্কৃতিৰ স্বৰূপ, অসমৰ ভৌগোলিক পৰিৱেশ, লোক-সাহিত্য, লোক-বিশ্বাসত সাপ, মাছ, কুুকুৰা চৰাই, তামোল-পাণ, নগ্নতা, অশ্লীলতা, আৰু শাও-শপনি, নামঘৰ নিৰ্মাণৰ নীতি-নিয়ম, সাজ-পাৰ, খোৱা-বোৱা, বেজ-বেজালি, উৎসৱ-অনুষ্ঠান, ধৰ্মীয় পৰম্পৰা,…
-
অসমৰ লোকনৃত্য
অসমৰ লোকনৃত্য (Folk dances of Assam)ৰ ভিতৰত বিহু আৰু বাগৰুম্বা (বসন্ত কালত অনুষ্ঠিত হোৱা উৎসৱৰ সময়ত দুয়োটা নৃত্য কৰা), ভোৰতাল, ওজাপালি নৃত্য। অসমত হিন্দু-মুছলমান, ভাৰত-আৰ্য্য, ৰাভা, বডো, ডিমাছা, কাৰ্বি, মিছিং, সোণোৱাল কছাৰী, মিশ্মী আৰু তিৱা (লালুং) ইত্যাদি বহুতো লোকৰ বাসস্থান।
-
অসমৰ লোকস্থপতি
অসমৰ লোকস্থপতি বা লোকস্থাপত্য বুলিলে সাধাৰণতে বাঁহ, বেত, ইকৰা, খেৰ আৰু কাঠেৰে সজা ঘৰ-দুৱাৰবোৰকে বুজায়। এইসমূহ ব্যক্তিগত আৰু ৰাজহুৱা দুয়ো প্ৰকাৰৰ হ'ব পাৰে। লোকজীৱন সাধাৰণতে কৃষিৰ সৈতে জড়িত হোৱা হেতুকে থকা ঘৰৰ উপৰি ভঁৰালঘৰ, গোহালিঘৰ, ঢেঁকীশাল আদি ভালেমান ঘৰ জনসাধাৰণে নিৰ্মাণ কৰি লয়।
-
অসমৰ শাসকসকলৰ তালিকা
অসমৰ ইতিহাস হৈছে পূব, পশ্চিম, দক্ষিণ আৰু উত্তৰৰ মানুহৰ সংগমৰ ইতিহাস; অষ্ট্ৰ'এছিয়াটিক, তিব্বত-বৰ্মী (চীন-তিব্বতী), টাই আৰু ভাৰত-আৰ্য্য সংস্কৃতিৰ সংগম। যদিও যুগ যুগ ধৰি আক্ৰমণ কৰা হৈছিল, ১৮২১ চনত তৃতীয়বাৰৰ বাবে বাৰ্মিজ আক্ৰমণ আৰু তাৰ পিছত ১৮২৪ চনত প্ৰথম ইংগ-বাৰ্মিজ যুদ্ধৰ সময়ত ইংৰাজৰ অসমত প্ৰৱেশৰ…
-
অসমৰ সংমণ্ডল
প্ৰশাসনিক সুবিধাৰ বাবে অসমক পাঁচটা প্ৰশাসনিক বিভাগত ভাগ কৰা হৈছে। এই প্ৰশাসনিক বিভাগ বোৰকে সংমণ্ডল বোলা হয়। প্ৰতিটো সংমণ্ডল কেইখনমান জিলাৰ সমষ্টি। এই বিভাগ সমূহ সংমণ্ডলীয় কমিছনাৰৰ দ্বাৰা শাসিত।