অসমৰ জনজাতি প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্য লিখিত এখন গ্ৰন্থ৷ গ্ৰন্থখনত অসম, নগাভূমি আৰু উত্তৰ পূব সীমান্ত অঞ্চলৰ জনজাতিসমূহৰ বিৱৰণ আছে৷ সেইদৰে পাহাৰ আৰু ভৈয়ামৰ অন্যান্য জনজাতিসকলৰ বিষয়েও চমু পৰিচয় আছে৷
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ জনজাতি (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ২২১৪৬২ (২১ এপ্ৰিল ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।