যুক্তৰাজ্যৰ ব্যক্তি
১২৩ প্ৰবন্ধ
-
হৰনাম কৌৰ
হৰনাম কৌৰ (জন্ম: ২৯ নৱেম্বৰ ১৯৯০)হৈছে এগৰাকী চছিয়েল মিডিয়া তাৰকা, পাৰ্টম প্ৰশিক্ষক, জীৱনবোধ সম্বন্ধীয় প্ৰশিক্ষক আৰু প্ৰেৰণা মূলক কথাৰ বক্তা। তেওঁ বৰ্তমান ভাৰতত বাস কৰে।
-
ৰিচাৰ্ড ৰবছন
ৰিচাৰ্ড ৰবছন (Richard Robson;জন্ম: ৪ জুন ১৯৩৭) এজন ব্ৰিটিছ আৰু অষ্ট্ৰেলিয়ান ৰসায়নবিদ আৰু মেলবৰ্ণ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞানৰ অধ্যাপক। ৰবছনে সমন্বয় পলিমাৰ, বিশেষকৈ ধাতু-জৈৱিক কাঠামোৰ বিশেষজ্ঞ।
-
অড্ৰী হেপ্বাৰ্ন
অড্ৰী কেথলিন হেপ্বাৰ্ন (ৰাষ্টন; ৪ মে' ১৯২৯ – ২০ জানুৱাৰী ১৯৯৩) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী। এগৰাকী চলচ্চিত্ৰ আৰু ফেশ্বনৰ প্ৰতীক হিচাপে স্বীকৃত, তেওঁক আমেৰিকান ফিল্ম ইনষ্টিটিউতে তৃতীয় শ্ৰেষ্ঠ মহিলা পৰ্দাৰ কিংবদন্তী হিচাপে স্থান দিছিল Classical Hollywood cinemaৰ, International Best Dressed Hall of…
-
অলিভাৰ হাৰ্ট
অলিভাৰ চাইমন ডি'আৰ্কি হাৰ্ট ( Oliver Simon D'Arcy Hart) (জন্ম: ১৯৪৮) এজন ব্ৰিটিছ অৰ্থনীতিবিদ। তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এনড্ৰিউ ই. ফুৰাৰ আসনৰ অধ্যাপক।
-
আলডুছ হাক্সলী
এলডাছ হাক্সলি এজন প্ৰখ্যাত ব্ৰিটিছ লেখক, দাৰ্শনিক আছিল। তেওঁ হাক্সলি পৰিয়ালৰ অন্যতম বিশিষ্ট সদস্য আছিল। তেওঁ ১৮৯৪ চনত ইংলেণ্ডৰ গোদালমিংত জন্মগ্ৰহণ কৰিছিল আৰু অক্সফৰ্ডৰ ইটন কলেজ আৰু বেলিঅ'ল কলেজত শিক্ষা লাভ কৰিছিল।
-
আৰ্থাৰ কোনান ডয়েল
ছাৰ আৰ্থাৰ কোনান ডয়েল (Sir Arthur Conan Doyle)(1859-1930)চাৰ্লক হোমছ নামৰ অমৰ চৰিত্ৰৰ সৃষ্টিকাৰী ছাৰ আৰ্থাৰ কনান ডয়লৰ জন্ম হৈছিল ১৮৫৯ চনত স্কটলেণ্ডৰ এডিনবৰাত। এডিনবৰা বিশ্ববিদ্যালয়ত চিকিৎসাবিজ্ঞান অধ্যয়ন কৰাৰ পাছত তেওঁ লণ্ডনত বসবাস কৰিবলৈ লয়।
-
উইলিয়াম ডালৰিম্পল
উইলিয়াম বেনেডিক্ট হেমিল্টন-ডালৰিম্পল (William Benedict Hamilton-Dalrymple; জন্ম: ২০ মাৰ্চ ১৯৬৫) এজন স্কটিছ ইতিহাসবিদ আৰু শিল্প ইতিহাসবিদ৷ ইয়াৰ লগতে তেওঁ এজন কিউৰেটৰ, সম্প্ৰচাৰক আৰু সমালোচক। প্ৰতি বছৰে তেওঁ নটা মাহ ভাৰতত থকা ছাগলীৰ পামত কটায়।
-
এশ্ব কিং
আশুতোষ গাংগুলী (মঞ্চনাম এছ কিং নামেৰে পৰিচিত) এগৰাকী বৃটিছ গায়ক, গীতিকাৰ আৰু সুৰকাৰ। ৰাকেশ ওমপ্ৰকাশ মেহৰাৰ হিন্দী ছবি দিল্লী ৬ত গীত গাই তেওঁ লাইমলাইটলৈ আহে। তেওঁ ভাৰতৰ বিশিষ্ট গায়ক কিশোৰ কুমাৰৰ এগৰাকী আত্মীয়। দৃশ্যম চিনেমাত "কাৰ্বন কপি" গীতটোও তেওঁ গাইছে।
-
কাৰ্ল পপাৰ
কাৰ্ল পপাৰ (২৮ জুলাই ১৯০২ – ১৭ ছেপ্টেম্বৰ ১৯৯৪) এজন অষ্ট্ৰিয়া-ব্ৰিটিছ দাৰ্শনিক আৰু অধ্যাপক। ১৯০২ চনত ভিয়েনাত উচ্চ মধ্যবিত্তীয় ঘৰত জন্মগ্ৰহণ কৰিছিল কাৰ্ল পপাৰে।
-
কেথেৰিন, প্ৰিন্সেছ অৱ ৱেলছ
কেথেৰিন, প্ৰিন্সেছ অফ ৱেলছ (ইংৰাজী: Catherine, Princess of Wales; জন্ম: কেথেৰিন এলিজাবেথ মিডলটন; ৯ জানুৱাৰী ১৯৮২) ব্ৰিটিছ ৰাজপৰিয়ালৰ এগৰাকী সদস্য। তেওঁ ব্ৰিটিছ ৰাজসিংহাসনৰ উত্তৰাধিকাৰী উইলিয়াম, প্ৰিন্স অফ ৱেলছৰ পত্নী। বাৰ্কশায়াৰৰ ৰিডিঙত জন্মগ্ৰহণ কৰা কেথেৰিনে বাকলবাৰীত ডাঙৰ-দীঘল হয়।
-
জন ডেল্টন
জন ডেল্টন (John Dalton) হৈছে এজন ইংৰাজ ৰসায়নবিদ, পদাৰ্থবিজ্ঞানী আৰু বতৰ বিজ্ঞানী। তেওঁ ৰসায়ন বিজ্ঞানত পাৰমাণৱিক তত্ত্বৰ পৰিচয় দিয়াৰ বাবে, আৰু ৰঙৰ অন্ধত্বৰ ওপৰত তেওঁৰ গৱেষণাৰ বাবে সৰ্বাধিক জনাজাত।
-
জন মিল্টন
জন মিল্টন (ইংৰাজীঃ John Milton; ৯ ডিচেম্বৰ ১৬০৮-৮ নৱেম্বৰ ১৬৭৪) এজন ইংৰাজ কবি, তৰ্কবিশাৰদ আৰু অসামৰিক বিষয়া আছিল। বাৰখন কিতাপকে ধৰি তেওঁৰ ১৬৬৭ চনত লিখিত মহাকাব্য পাৰাডাইজ লষ্ট ইংৰাজী সাহিত্যলৈ অনবদ্য অৱদান। পেৰাডেইজ লষ্টে মিল্টনক বিশ্বৰ অন্যতম শ্ৰেষ্ঠ কবি হিচাপে প্ৰতিষ্ঠা কৰে।
-
জেমছ প্ৰেস্কট জুল
জেমছ প্ৰেস্কট জুল (James Prescott Joule; /dʒuːl/; ২৪ ডিচেম্বৰ ১৮১৮ – ১১ অক্টোবৰ ১৮৮৯) এজন ইংৰাজ পদাৰ্থবিজ্ঞানী আছিল। তেওঁ তাপৰ প্ৰকৃতি অধ্যয়ন কৰিছিল আৰু যান্ত্ৰিক কামৰ সৈতে ইয়াৰ সম্পৰ্ক আৱিষ্কাৰ কৰিছিল।
-
জোছেফ জন টমছন
জোছেফ জন টমছন (Joseph John Thomson) আছিল নোবেল বঁটা প্ৰাপ্ত এজন পদাৰ্থ বিজ্ঞানী। তেওঁৱেই প্ৰথমতে বিশ্ববাসীক পাৰমাণৱিক কণিকা ইলেক্ট্ৰনৰ লগত চিনাকি কৰাই দিছিল।
-
টম ডেলি
টম ডেলি (Tom Daley; সম্পূৰ্ণ নাম: থমাছ ৰবাৰ্ট ডেলি; Thomas Robert Daley; জন্ম ২১ মে ১৯৯৪) এজন ব্ৰিটিছ ডাইভাৰ আৰু টেলিভিছন ব্যক্তিত্ব। ডেলি এজন অলিম্পিক স্বৰ্ণ পদক বিজয়ী ব্যক্তিত্ব।
-
পিটাৰ মাৰ্ক ৰ'জে
পিটাৰ মাৰ্ক ৰ'জে (; ১৮ জানুৱাৰী ১৭৭৯ – ১২ ছেপ্টেম্বৰ ১৮৬৯) এজন ব্ৰিটিছ চিকিৎসক, প্ৰাকৃতিক ধৰ্মতত্ববিদ, শব্দবিজ্ঞানী আৰু প'ৰ্টিক' লাইব্ৰেৰীৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। ১৮৫২ চনত প্ৰকাশ পোৱা ইংৰাজী ভাষা মিল থকা শব্দবোৰৰ শ্ৰেণীবিভাজিত সংকলন ৰ'জেছ থেছৰাছ তেওঁৰ কীৰ্তিস্তম্ভ।
-
বিয়েৰ গ্ৰিলচ্
এডৱাৰ্ড মাইকেল বিয়েৰ গ্ৰিলচ্ (ইংৰাজী: Edward Michael "Bear" Grylls; জন্ম: ৭ জুন ১৯৭৪) এজন ব্ৰিটিছ দুঃসাহসিক অভিযাত্ৰী, লেখক আৰু টেলিভিছনৰ উপস্থাপক। তেওঁ তাৰ মেন ভাৰ্চেচ ৱাইল্ড (২০০৬-২০১১), যি আমেৰিকা যুক্তৰাষ্ট্ৰত বৰ্ণ ছাৰ্ভাইভাৰ: বিয়েৰ গ্ৰিলচ্ নামেৰে প্ৰচলিত, টেলিভিছন ধাৰাবাহিকৰ বাবে সৰ্বাধিক…
-
বেন জনচন
বেঞ্জামিন জনছন (Benjamin Jonson; ১১ জুন ১৫৭২ – ১৮ আগষ্ট, ১৬৩৭) এজন ইংৰাজ নাট্যকাৰ আৰু কবি আছিল। জনছনৰ শিল্পীত্বই ইংৰাজী কবিতা আৰু মঞ্চ কৌতুকৰ ওপৰত এক স্থায়ী প্ৰভাৱ পেলাইছিল।
-
মেগী স্মিথ
দাম মাৰ্গাৰেট নাটালি মেগী স্মিথ (ইংৰাজী: Dame Margaret Natalie Maggie Smith) হলিউদৰ এগৰাকী সক্ৰিয় অভিনেত্ৰী। ১৯৩৪ চনৰ ২৮ ডিচেম্বৰত জন্মলাভ কৰা অভিনেত্ৰীগৰাকীৰ চলচিত্ৰ আৰু নাটক উভয় ক্ষেত্ৰতে সুনাম আছে।
-
মেৰী মেলন
মেৰী মেলন (২৩ ছেপ্টেম্বৰ ১৮৬৯ – ১১ নৱেম্বৰ ১৯৩৮), বা টাইফইড মেৰী, আমেৰিকা যুক্তৰাষ্ট্ৰত টাইফইড জ্বৰৰ জীৱাণুৰ অলাক্ষণিক বাহক হিচাপে চিনাক্ত হোৱা প্ৰথম ব্যক্তি। ৰান্ধনীৰূপে কাম কৰা প্ৰথম সময়ছোৱাত তেওঁ ২২ গৰাকী অন্য লোকক সংক্ৰমিত কৰিছিল বুলি ধাৰণা কৰা হয় যাৰ ভিতৰত তিনিজনৰ মৃত্যু ঘটে।
-
হেলেনা ব'নহাম কাৰ্টাৰ
হেলেনা ব’নহাম কাৰ্টাৰ (Helena Bonham Carter) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী। তেওঁ ১৯৬৬ চনৰ ২৬ মে' তাৰিখে লণ্ডন মহানগৰীৰ গ'ল্ডাৰছ গ্ৰীণত জন্মগ্ৰহণ কৰে। ১৯৮৩ চনৰ পৰা পেছাগত অভিনয় জীৱন আৰম্ভ কৰা কাৰ্টাৰ বৰ্তমানলৈকে সক্ৰিয় ৰূপত অভিনয়ৰ সৈতে জড়িত হৈ আছে।
-
ৰবাৰ্ট লুই ষ্টিভেনছন
ৰবাৰ্ট লুই বালফ'ৰ ষ্টিভেনছন (১৩ নৱেম্বৰ ১৮৫০- ৩ ডিচেম্বৰ ১৮৯৪) এজন স্কটিছ ঔপন্যাসিক, কবি, নিৱন্ধকাৰ আৰু ভ্ৰমণ কাহিনী লেখক আছিল। তেওঁৰ কেইখনমান বিখ্যাত গ্ৰন্থ হ'ল ট্ৰেজাৰ আইলেণ্ড, কিডনেপ্ড, ডক্টৰ জেকিল আৰু মিষ্টাৰ হাইড, চাইল্ডছ গাৰ্ডেন অৱ ভাৰ্ছেজ ইত্যাদি।
-
ৱেলছৰ ৰাজকুমাৰী কেথেৰিনৰ ফেশ্বন
২০০২ চনত প্ৰিন্স উইলিয়ামৰ সৈতে কেথেৰিন, প্ৰিন্সেছ অৱ ৱেলছৰ সম্পৰ্কৰ কথা ৰাজহুৱা হোৱাৰপৰাই কেথেৰিনে ফেশ্বনে কাপোৰৰ উদ্যোগত এক উল্লেখনীয় প্ৰভাৱ পেলাইছে। প্ৰায়ে তেওঁৰ মাৰ্জিত আৰু সুলভ শৈলীৰ বাবে প্ৰশংসিত কেথেৰিন এগৰাকী বিশিষ্ট ফেশ্বন আইকন হৈ পৰিছে।
-
অনিতা উইলছন
অনিতা উইলছন (১৯৪৩ - ১৫ আগষ্ট ২০০৬) টুভালু চৰকাৰৰ প্ৰথম আৰ্কাইভিষ্ট/লাইব্ৰেৰিয়ান, লগতে হংকং চৰকাৰ আৰু ব্ৰিটিছ ৰাজপৰিয়ালৰ আৰ্কাইভিষ্ট।
-
আমেলিয়া গেথিং
আমেলিয়া গেথিং (ইংৰাজী: Amelia Gething; জন্ম: ২৪ জানুৱাৰী ১৯৯৯) এগৰাকী ইংৰাজী অভিনেত্ৰী আৰু লেখিকা। কন্টেন্ট-ক্ৰিয়েটৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু বিবিচিৰ শ্ব’ দ্য আমেলিয়া গেথিং কমপ্লেক্স (২০১৯–২০২১) লিখিছিল।
-
আলফ্ৰেড জুলছ আয়াৰ
ছাৰ আলফ্ৰেড জুলছ "ফ্ৰেডী" আয়াৰ বা এ. জে. আয়াৰ (২৯ অক্টোবৰ, ১৯১০ – ২৭ জুন, ১৯৮৯) আছিল এজন ব্ৰিটিছ দাৰ্শনিক। তেওঁৰ দাৰ্শনিক গ্ৰন্থ বিশেষকৈ (Language, Truth, and Logic, 1936) আৰু (The Problem of Knowledge, 1956)ৰ বাবে তেওঁ বিশ্বব্যাপী খ্যাতি লাভ কৰিছিল।
-
ই চি ষ্টুৱাৰ্ট বেকাৰ
এডৱাৰ্ড চাৰ্লছ ষ্টুৱাৰ্ট বেকাৰ (Edward Charles Stuart Baker) যুক্তৰাজ্যৰ এগৰাকী প্ৰখ্যাত ব্ৰিটিছ পক্ষীবিদ (ornithologist) তথা আৰক্ষী বিষয়া আছিল। অসম কে ধৰি উত্তৰ-পূবৰ চৰাইসমূহৰ তথ্য সংগ্ৰহ আৰু আৱিষ্কাৰৰ ক্ষেত্ৰত তেওঁ উল্লেখযোগ্য অৱদান আগবঢ়াইছিল।
-
ইয়ান কেৰশ্ব
ছাৰ ইয়ান কেৰশ্ব (Ian Kershaw) FRHistS FBA (জন্ম ২৯ এপ্ৰিল ১৯৪৩) এজন ইংৰাজ ইতিহাসবিদ যাৰ কাম মূলতঃ ২০ শতিকাৰ জাৰ্মানীৰ সামাজিক ইতিহাসৰ ওপৰত কেন্দ্ৰিত। তেওঁক বহুতে এডল্ফ হিটলাৰ আৰু নাজী জাৰ্মানীৰ বিশ্বৰ অন্যতম আগশাৰীৰ বিশেষজ্ঞ হিচাপে গণ্য কৰে আৰু বিশেষকৈ হিটলাৰৰ জীৱনীৰ বাবে তেওঁক বিখ্যাত।
-
এডেল
এডেল ল’ৰি ব্লু এডকিন্স (Adele Laurie Blue Adkins) এগৰাকী ইংৰাজ গায়িকা, গীতিকাৰ আৰু বাদ্যযন্ত্ৰী। ১৯৮৮ চনৰ ৫ মে’ত উত্তৰ ইংলেণ্ডৰ টটেনহামত এডেলৰ জন্ম হয়। তেওঁৰ পিতৃ মাৰ্ক ইভান্স আৰু মাতৃ পেন্নী এডকিন্স।
-
এণ্ড্ৰিউ গাৰফিল্ড
এণ্ড্ৰিউ ৰাছেল গাৰফিল্ড ১৯৮৩ চনৰ ২০ আগষ্টত জন্ম লাভ কৰা আমেৰিকা আৰু য়ুনাইটেড কিংদমৰ দ্বিনাগৰিকত্ব সম্পন্ন এক অভিনেতা।। লছ এঞ্জেলছত জন্ম লাভ কৰা আৰু ছাৰেত ডাঙৰ দীঘল হোৱা গাৰফিল্ডে ২০০৫ চনত ব্ৰিটিছ টেলিভিছনযোগে অভিনয় জীৱনৰ অভিষেক ঘটাই আৰু ২০০৭ চনত বিবিছিৰ ডক্টৰ হুত অভিনয় কৰি খ্যাতি লাভ কৰে।