যুক্তৰাজ্যৰ ব্যক্তি
১২৩ প্ৰবন্ধ
-
হেৰিয়েট মাৰ্টিনো
হেৰিয়েট মাৰ্টিনো (ইংৰাজী: Heriet Martineau; ১২ জুন ১৮০২ – ২৭ জুন ১৮৭৬) এগৰাকী ইংৰাজ সমাজ-তাত্ত্বিক আছিল। তেওঁ এক সমাজতাত্ত্বিক, সামগ্ৰিক, ধৰ্মীয় আৰু নাৰী দৃষ্টিকোণৰ পৰা লিখা-মেলা কৰিছিল।
-
ৰ'জামেণ্ড পাইক
ৰ'জামেণ্ড মেৰি এলেন পাইক (Rosamund Mary Ellen Pike) ( জানুৱাৰী ১৯৭৯) হৈছে এগৰাকী ব্ৰিটিছ অভিনেত্ৰী আৰু কথক। তেখেতৰ বঁটা-বাহনৰ তালিকাত এটা গোল্ডেন গ্লোব আৰু এটা এমি বঁটা সন্নিৱিষ্ট হৈছে। ইয়াৰোপৰি তেখেতে একাডেমী বঁটা আৰু ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰিছে।
-
ৱিলিয়াম পেন
ৱিলিয়াম পেন (William Penn,; – ) ইউৰোপীয় উপনিৱেশিকৰণৰ পূৰ্বে বৰ্তমানৰ পেনচিলভেনিয়াত বাস কৰা লেনাপে খিলঞ্জীয়া লোকসকলৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক আৰু সফল চুক্তিৰ বাবে পৰিচিত আছিল। তেওঁ গণতন্ত্ৰ আৰু ধৰ্মীয় স্বাধীনতাৰ পোষকতা কৰিছিল।