অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

১ ফেব্ৰুৱাৰী

ঘটনাৱলী

  • ১৭৮৬লৰ্ড কৰ্ণৱালিচ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হয় আৰু ১৭৯৭ চনৰ আজিৰ দিনটোতে বেংগলৰ গৱৰ্ণৰ জেনেৰেল হয়।
  • ১৮২৭কলিকতা চহৰত বেংগল ক্লাব প্ৰতিষ্ঠিত হয়।
  • ১৮৩১বুশ ক্লাবৰ উদ্যোগত কলকাতা চহৰত প্ৰথম চাৰুকলা প্ৰদৰ্শনীৰ উদ্বোধন হয়।
  • ১৮৩৫ইষ্ট ইণ্ডিয়া কোম্পানীয়ে দাৰ্জিলিঙক ছিক্কিমৰ ৰজাৰ পৰা Leaseত লয়।
  • ১৮৫৫কলিকতাৰ পৰা আগ্ৰা পৰ্যন্ত টেলিগ্ৰাফ যোগাযোগ ব্যৱস্থাৰ আনুষ্ঠানিক উদ্বোধন কৰা হয়।
  • ১৮৬২বংগীয় সভাৰ (বেংগল লেজিচলেটিভ কাউন্সিল) প্ৰথম সভা অনুষ্ঠিত হয়।
  • ১৮৮৪অক্সফোৰ্ড ইংলিছ ডিক্সনাৰীৰ ১ম খণ্ড (এ টু এণ্ট) প্ৰকাশিত হয়।
  • ১৮৮৪ডাক বীমা যোজনা আৰম্ভ কৰা হয়।
  • ১৮৯৭দক্ষিণ কোৰিয়াৰ প্ৰাচীনতম বেংক হিচাপে শিনহান বেংকে চিউলত কাৰ্যক্ৰম আৰম্ভ কৰে।
  • ১৯৩০The Times কাকতে প্ৰথম বাৰৰ বাবে Cross Word Puzzle প্ৰকাশ কৰে।
  • ১৯৪২Voice of Americaই আনুষ্ঠানিক অনাতাঁৰ প্ৰযুক্তি আৰু দূৰদৰ্শন সেৱাৰ আৰম্ভ কৰিছিল।
  • ১৯৭৭ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় ৰে'ল সংগ্ৰহালয় দিল্লীত স্থাপন কৰা হয়।

জন্ম

মৃত্যু

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ