অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

২ ফেব্ৰুৱাৰী

ঘটনাৱলী

  • ১৮১৪কলিকতাত ভাৰতীয় সংগ্ৰহালয় (ইণ্ডিয়ান মিউজিয়াম) প্ৰতিষ্ঠিত হয়।
  • ১৮১৭শিক্ষা আৰু খ্ৰিষ্টধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে মিছনেৰী চোচাইটিৰ প্ৰথম শাখা কলকাতাত স্থাপিত হয়।
  • ১৯১৩নিউয়ৰ্ক চহৰৰ 'গ্ৰেণ্ড চেণ্ট্ৰেল টাৰ্মিনেল' মুকলি কৰা হয়।
  • ১৯২২জেমছ জয়েছৰ "ইউলিচিছ" প্ৰকাশিত হয়।
  • ১৯৩৫আমেৰিকা যুক্তৰাষ্ট্ৰৰ আদালতত প্ৰথম সাক্ষী আৰু প্ৰমাণ হিচাপে আলোকচিত্ৰ অনুমোদিত হয়।
  • ১৯৪৩দ্বিতীয় ষ্টেলিন গ্ৰাডৰ যুদ্ধ সমাপ্ত হয়। জাৰ্মান সেনাই ছোভিয়েটৰ ওচৰত আত্মসমৰ্পণ কৰে।
  • ১৯৫৭ইস্কান্দৰ মিৰ্জাই গুড্ডু বেৰেজৰ আধাৰশিলা স্থাপন কৰে।
  • ১৯৫৯শিশিৰ কুমাৰ ভাদুৰীয়ে ভাৰত চৰকাৰে প্ৰদান কৰা "পদ্মভূষণ" বঁটা নাকচ কৰে।
  • ১৯৮৯সত্যজিৎ ৰায়ক ফ্ৰান্সৰ সৰ্ব্বোচ্চ সন্মান "লিজিয়ন অফ অনাৰ" প্ৰদান কৰা হয়।

জন্ম

মৃত্যু

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ