ইতিহাসৰ আজিৰ দিনত
৩১ জানুৱাৰী
জন্ম
- ১৯০৯বিষ্ণুপ্ৰসাদ ৰাভা, অসমৰ এজন কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু।
- ১৯২৩সোমনাথ শৰ্মা, পৰম বীৰ চক্ৰ লাভ কৰোতা ভাৰতীয় সেনা বিষয়া।
- ১৯৭৫প্ৰীতি জিণ্টা, ভাৰতীয় অভিনেত্ৰী (বলিউড)।
- ১৯৭৬পবিত্ৰ ৰাভা, অসমীয়া অভিনেতা।
মৃত্যু
- ১৮৮৮জন বস্ক', জনপ্ৰিয় নাম ছেইণ্ট ডন বস্ক’, ইটালিয়ান ৰোমান কেথ’লিক ধৰ্মযাজক, লেখক আৰু শিক্ষাবিদ।
- ১৯৬১কৃষ্ণ সিং, ভাৰতীয় ৰাজনীতিক, বিহাৰৰ প্ৰথম মুখ্যমন্ত্ৰী। (জন্ম. ১৯৮৭)
- ২০০৪সুৰাইয়া জামাল শ্বেখ, ভাৰতীয় অভিনেত্ৰী।
- ২০১৫লিজাবেথ স্কট, আমেৰিকান অভিনেত্ৰী।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ