প্ৰশান্ত নীল (Prashanth Neel; জন্ম ৪ জুন ১৯৮০) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ৷ তেওঁ মুখ্যতঃ কন্নড় চলচ্চিত্ৰ উদ্যোগৰ লগত জড়িত। তেওঁ চলচ্চিত্ৰ জগতত ২০১৪ চনৰ কন্নড় চলচ্চিত্ৰ উগ্ৰামৰ জৰিয়তে আত্মপ্ৰকাশ কৰে আৰু পিছলৈ কে.জি.এফ.: চেপ্তাৰ ১ (২০১৮) আৰু কে.জি.এফ.: চেপ্তাৰ ২ (২০২২) পৰিচালনা কৰে৷
ব্যক্তিগত জীৱন
তেওঁ ২০১০ চনত লিখিথা (Likhitha) -ক বিয়া কৰায়। এই দম্পতীহালৰ এগৰাকী কন্যা আৰু পুত্ৰ সন্তান আছে।১
চলচ্চিত্ৰপঞ্জী
| +টোকা | এতিয়াও মুক্তি লাভ কৰা নাই |
| + | |||||
| বৰ্ষ | চলচ্চিত্ৰ | পৰিচালক | লেখক | ভাষা | টোকা |
|---|---|---|---|---|---|
| ২০১৪ | উগ্ৰাম | কন্নড় | |||
| ২০১৮ | কে.জি.এফ.: চেপ্তাৰ ১ | ||||
| ২০২২ | কে.জি.এফ.: চেপ্তাৰ ২ | ||||
| Bagheera (বাঘীৰা) | ফিল্মিং২ | ||||
| ২০২৩ | চালাৰ | rowspan="2" | rowspan="2" | কন্নড় তেলেগু | ফিল্মিং৩ |
তথ্যসূত্ৰ
- ↑ (2021-01-27). In Pictures: Prashanth Neel shares a heart-warming post to wish daughter a happy birthday - Times of India. The Times of India
- ↑ (17 December 2020). Makers of KGF announce new film Bagheera with Sriimurali, see poster. হিন্দুস্তান টাইমছ
- ↑ (30 January 2021). Prabhas' look from the sets of 'Salaar' leaked online: Fans go berserk. দ্য টাইম্ছ অৱ ইণ্ডিয়া
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰশান্ত নীল” প্ৰবন্ধৰ সংশোধন ৩৮৯৬৭৪ (৩১ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।