অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১৪ মাৰ্চ

১৪ মাৰ্চ দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৭৩ তম (অধিবৰ্ষত ৭৪ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯২টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

হালনাগাদ: ২৪ অক্টোবৰ ২০২৫ ১৭৮ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

১৪ মাৰ্চ দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৭৩ তম (অধিবৰ্ষত ৭৪ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯২টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

জন্ম

মৃত্যু

  • ১৮৮৩ - কাৰ্ল মাৰ্ক্স, জাৰ্মান সমাজ বিজ্ঞানী আৰু মাৰ্ক্সবাদৰ প্ৰবক্তা।
  • ১৮৯৯ - হেৰ্মান ষ্টাইণ্টল, জাৰ্মান ভাষাতাত্ত্বিক আৰু দাৰ্শনিক।
  • ১৯৯৫ - উইলিয়াম আলফ্ৰেড ফোলাৰ, ন’বেল বঁটা বিজয়ী আমেৰিকান পদাৰ্থবিজ্ঞানী।
  • ২০১০ - বীৰেশ্বৰ বৰুৱা, অসমীয়া কবি আৰু সমালোচক।
  • ২০১৮ - ষ্টিফেন হকিং, ইংৰাজ জ্যোতিৰ্বিজ্ঞানী, এ' ব্ৰিফ হিষ্ট্ৰি অৱ্ টাইমৰ ৰচক।
  • ২০২২ - মীনা স্বামীনাথন, ভাৰতীয় শিক্ষাবিদ।

দিৱস

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

মাৰ্চ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৪ মাৰ্চ” প্ৰবন্ধৰ সংশোধন ৫৪৫০৯১ (২৪ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।