১০ মাৰ্চ দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৬৯তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯৬টা দিন (অধিবৰ্ষত ২৯৭ দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
- ১৯২২ - ৰাজদ্ৰোহৰ অপৰাধত মোহনদাস কৰমচান্দ গান্ধীক গ্ৰেপ্তাৰ কৰা হয় আৰু ৬ বছৰৰ বাবে কাৰদণ্ড দিয়া হয়।
- ১৯৩৫ - প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী (১৯৩৫ চলচ্চিত্ৰ) মুক্তি দিয়া হৈছিল।
জন্ম
- ১৯৩২ - উডুপী ৰামচন্দ্ৰ ৰাও, ভাৰতীয় মহাকাশ বিজ্ঞানী তথা ইছৰোৰ প্ৰাক্তন মুৰব্বী।
- ১৯৫৩ - অসমীয়া ঔপন্যাসিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ জন্ম হৈছিল।
- ১৯৪৫ - মাধৱৰাও সিন্ধিয়া, ভাৰতীয় ৰাজনীতিবিদ।
- ১৯৫৭ - ওছামা বিন লাডেন, চৌডি আৰৱৰ সন্ত্ৰাসবাদী।
- ১৯৫৭ - থানু পদ্মনাভন, ভাৰতীয় তাত্ত্বিক পদাৰ্থবিজ্ঞানী আৰু ব্ৰহ্মাণ্ডতত্ত্ববিদ। (মৃত্যু: ১৭ ছেপ্টেম্বৰ, ২০২১)
- ১৯৮১ - ৱাজিদ খান, ভাৰতীয় চিত্ৰশিল্পী।
- ১৯৯৬ - প্ৰিয়ংকা গোস্বামী, ভাৰতীয় খেলুৱৈ।
মৃত্যু
- ১৮৯৭ - সাৱিত্ৰীবাই ফুলে, ভাৰতীয় সমাজ সংস্কাৰক আৰু কবি।
- ২০০৯ - সবিতা বেহেন, ভাৰতীয় ৰাজনীতিবিদ আৰু শিক্ষাবিদ।
দিৱস
- মাৰিঅ’ দিৱস
- তিব্বতীৰ উত্থান দিৱস (তিব্বত স্বায়ত্তশাসিত অঞ্চল)
- ৰাষ্ট্ৰীয় মহিলা আৰু ছোৱালীৰ এইসআইভি/এইডছ সজাগতা দিৱস (আমেৰিকা যুক্তৰাষ্ট্ৰ)
- পুৰুষ দিৱস (পোলেণ্ড)
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১০ মাৰ্চ” প্ৰবন্ধৰ সংশোধন ৬১৫২২৫ (২ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।