অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মীনা স্বামীনাথন

মীনা স্বামীনাথন (மீனா சுவாமிநாதன்; ২৯ মাৰ্চ ১৯৩৩ – ১৪ মাৰ্চ ২০২২) এগৰাকী ভাৰতীয় শিক্ষাবিদ আছিল। তেওঁৰ ক্ষেত্ৰ আছিল প্ৰাক-বিদ্যালয় শিক্ষা। নতুন দিল্লীৰ ছেইণ্ট থমাছ স্কুলৰ শিক্ষয়িত্ৰী হিচাপে তেওঁ শ্ৰেণীকোঠাৰ ভিতৰত আৰু বাহিৰত শিক্ষা আৰু ভাষা শিকাৰ ক্ষেত্ৰত নাট্য ব্যৱহাৰৰ পদ্ধতি বিকশিত কৰিছিল।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ৮৫ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

মীনা স্বামীনাথন (மீனா சுவாமிநாதன்; ২৯ মাৰ্চ ১৯৩৩ – ১৪ মাৰ্চ ২০২২) এগৰাকী ভাৰতীয় শিক্ষাবিদ আছিল। তেওঁৰ ক্ষেত্ৰ আছিল প্ৰাক-বিদ্যালয় শিক্ষা।১ নতুন দিল্লীৰ ছেইণ্ট থমাছ স্কুলৰ শিক্ষয়িত্ৰী হিচাপে তেওঁ শ্ৰেণীকোঠাৰ ভিতৰত আৰু বাহিৰত শিক্ষা আৰু ভাষা শিকাৰ ক্ষেত্ৰত নাট্য ব্যৱহাৰৰ পদ্ধতি বিকশিত কৰিছিল।২ শিশু নাট্যত তেওঁ সৃষ্টিশীল তাৎক্ষণিক পৰিৱেশনৰ (improvisation) লগতে তথ্যচিত্ৰ লেখন আৰু প্ৰযোজনাত 'মাইম প্লে'ৰ কৌশল বিকশিত কৰিছিল। মীনা স্বামীনাথনে ১৯৫১ চনত কেমব্ৰিজত পঢ়ি থাকোঁতে ভাৰতীয় কৃষি বিজ্ঞানী, আৰু "সেউজ বিপ্লৱৰ পিতৃ" এম.এছ. স্বামীনাথনক লগ পায় আৰু পৰৱৰ্তী কালত তেওঁৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।৩

তথ্যসূত্ৰ

  1. ↑ (18 February 2001). Silent dimensions. The Hindu
  2. ↑ Archived copy
  3. ↑ (29 October 2006). It is manmade tragedy, says Swaminathan. The Hindu

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় শিক্ষাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মীনা স্বামীনাথন” প্ৰবন্ধৰ সংশোধন ৬৩৭৬৭৮ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।