অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

পাই দিৱস

পাই দিৱস হ'ল গাণিতিক ধ্ৰুবক পাই ৰ এটি বাৰ্ষিক উদযাপন। যিহেতু ৩,১ আৰু ৪ হ'ল ৰ তিনিটা আটাইতকৈ অৰ্থবহ সংখ্যা, সেয়েহে ১৪ মাৰ্চ তাৰিখে পাই দিৱস পালন কৰা হয়। ২০০৯ চনত the United States House of Representatives য়ে পাই দিৱসৰ আখ্যা সমৰ্থন কৰিছিল।

হালনাগাদ: ১৪ নৱেম্বৰ ২০২৪ ৭৯ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

পাই দিৱস হ'ল গাণিতিক ধ্ৰুবক পাই ৰ এটি বাৰ্ষিক উদযাপন। যিহেতু ৩,১ আৰু ৪ হ'ল ৰ তিনিটা আটাইতকৈ অৰ্থবহ সংখ্যা, সেয়েহে ১৪ মাৰ্চ তাৰিখে পাই দিৱস পালন কৰা হয়।১২ ২০০৯ চনত the United States House of Representatives য়ে পাই দিৱসৰ আখ্যা সমৰ্থন কৰিছিল।৩

ইতিহাস

১৯৮৮ চনত ছানফ্ৰানসিস্কোৰ এটা বিজ্ঞান যাদুঘৰত লেৰী শ্বয়ে পোন প্ৰথমে পাই দিৱস পালন কৰিছিল।৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Bellos, Alex. (March 14, 2015). Pi Day 2015: a sweet treat for maths fans. theguardian.com
  2. ↑ Program on Sveriges Radio - Swedish national radio company Read 2015-03-14
  3. ↑ United States. Cong. House. Supporting the designation of Pi Day, and for other purposes. 111th Cong. Library of Congress
  4. ↑ Berton, Justin. (March 11, 2009). Any way you slice it, pi's transcendental. San Francisco Chronicle

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাই দিৱস” প্ৰবন্ধৰ সংশোধন ৪৪৪৮৩৩ (১৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।