অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০১৫ (অসম)

"ছেবা"ই হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০১৫ৰ ফলাফল ২ জুন ২০১৫ তাৰিখে পুৱা দহ (১০) বজাত ঘোষণা কৰে। নিম্নোক্ত ৱেবছাইতসমূহত পৰীক্ষাত্ৰীৰ ৰোল নং অন্তৰ্ভুক্ত কৰি ফলাফল লাভ কৰিব পাৰি।

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ৩৮ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ফলাফল ঘোষণা

"ছেবা"ই হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০১৫ৰ ফলাফল ২ জুন ২০১৫ তাৰিখে পুৱা দহ (১০) বজাত ঘোষণা কৰে।১

ফলাফলৰ ৱেবছাইতসমূহ

নিম্নোক্ত ৱেবছাইতসমূহত পৰীক্ষাত্ৰীৰ ৰোল নং অন্তৰ্ভুক্ত কৰি ফলাফল লাভ কৰিব পাৰি।

  1. sebaassam2015.in/
  2. hslcassam2015.in/
  3. resultsassam.nic.in/

স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰী সকল

ক্ৰমিক নংস্থাননামবিদ্যালয়এলেকাজিলামুঠ নম্বৰ
১প্ৰথমৰিপুঞ্জয় কলিতাগিলবাৰ্ট ইংলিছ স্কুলপাঠশালাবৰপেটা৫৮৭
২দ্বিতীয়মৃদুল শৰ্মাশংকৰদেৱ জাতীয় বিদ্যালয়বেজেৰাদৰং জিলা৫৮৫
৩তৃতীয়শতাব্দী বৰামধ্য জামুগুৰি হাইস্কুলজামুগুৰিহাটশোণিতপুৰ জিলা৫৮৪
৪চতুৰ্থচয়নিকা গোস্বামীপাতিদৰং বিদ্যাপীঠদৰং৫৮৩
৫চতুৰ্থঅসীম মজুমদাৰছেইণ্ট জনছ হায়াৰ ছেকেণ্ডাৰী স্কুলবাক্সা৫৮৩
৬চতুৰ্থপ্ৰাপ্তি কাকতিমৰিগাঁও হাইস্কুলমৰিগাঁও সদৰমৰিগাঁও৫৮৩
৭পঞ্চমসুমনা কলিতামৰাণ জাতীয় বিদ্যালয়মৰাণডিব্ৰুগড়৫৮২
৮পঞ্চমদেবাশীষ তালুকদাৰশংকৰদেৱ শিশু বিদ্যা নিকেতনগোৱালপাৰা৫৮২
৯পঞ্চমইলিয়াছ খান ৰাণাহজৰত ওমৰ (আৰ) একাডেমীহাউলীবৰপেটা৫৮২
১০ষষ্ঠনবাংকুৰ ডেকাসুদৰ্শন পাব্লিক স্কুলগুৱাহাটীকামৰূপ মহানগৰ জিলা৫৮১
১১ষষ্ঠবিজিত কলিতাএঞ্জেলচ ইংলিছ স্কুলকামৰূপ৫৮১
১২ষষ্ঠঅভিজিৎ বৰাপূব ফুলবাৰী হাইস্কুললখিমপুৰ জিলা৫৮১
১৩ষষ্ঠমনস্বিতা তালুকদাৰলিটল ফ্লাৱাৰ্ছ স্কুলনলবাৰী৫৮১
১৪ষষ্ঠশুভংকৰ হ'ৰনেতাজী বিদ্যামন্দিৰ হাইস্কুলঢেকীয়াজুলিশোণিতপুৰ৫৮১
১৫সপ্তমশীৰ্ষ মজুমদাৰছল্টব্ৰুক স্কুলডিব্ৰুগড় সদৰডিব্ৰুগড়৫৮০
১৬সপ্তমপ্ৰতিশ্ৰুতি শইকীয়াচুঙাজান হাইস্কুলগোলাঘাট৫৮০
১৭সপ্তমকৃষ্ণ চক্ৰৱৰ্তীছেইন্ট ষ্টিফেন্টছ স্কুলকামৰূপ৫৮০
১৮অষ্টমসঞ্চিতা কেজৰিৱালছল্টব্ৰুক স্কুলডিব্ৰুগড় সদৰডিব্ৰুগড়৫৭৯
১৯অষ্টমকস্তুৰিকা কোঁৱৰপিঠুবৰ বালিকা উঃ মাঃ বিদ্যালয়পিঠুবৰডিব্ৰুগড়৫৭৯
২০অষ্টমছাবিৰা ফাৰহিনসুদৰ্শন পাব্লিক স্কুলগুৱাহাটীকামৰূপ (মহানগৰ)৫৭৯
২১অষ্টমইপ্সিতা ভূঞাছেইন্ট মেৰিজ হায়াৰ ছেকেণ্ডাৰী স্কুলগুৱাহাটীকামৰূপ (মহানগৰ)৫৭৯
২২অষ্টমকুমাৰ ৰত্নদীপনগাঁও মিছন হাইস্কুলনগাঁও সদৰনগাঁও৫৭৯
২৩নৱমইন্দিবৰ তালুকদাৰশংকৰদেৱ শিশু বিদ্যা নিকেতনপাঠশালাবৰপেটা৫৭৮
২৪নৱমদৰ্শনা তালুকদাৰআনন্দৰাম বৰুৱা একাডেমীবৰপেটা৫৭৮
২৫নৱমসামন্ত দে’শিলচৰ কলেজিয়েট স্কুলকাছাৰ৫৭৮
২৬নৱমফাৰ্নাজ আলম আহমেদহেপ্পী ছাইল্ড ইংলিছ স্কুলছিপাঝাৰদৰং৫৭৮
২৭নৱমমানস হাজৰিকাগহপুৰ হাইস্কুলগহপুৰশোণিতপুৰ৫৭৮
২৮নৱমঅন্বেষা ভৰালীক্ৰীষ্টজ্যোতি হাইস্কুলবোকাখাতগোলাঘাট৫৭৮
২৯দশমবিবেকজ্যোতি বড়োতামোলপুৰ উঃ মাঃ বিদ্যালয়তামুলপুৰবাক্সা৫৭৭
৩০দশমদৰ্শনজ্যোতি তালুকদাৰআনন্দৰাম বৰুৱা একাডেমীবৰপেটা৫৭৭
৩১দশমনিলয় কুমাৰ দত্তপাঠশালা শিক্ষাপীঠ আদৰ্শ হাইস্কুলপাঠশালাবৰপেটা৫৭৭
৩২দশমৰিচা দাসছেইন্ট এন্থনীজ হাইস্কুলযোৰহাট৫৭৭
৩৩দশমগাৰ্গী শৰ্মাসুদৰ্শন পাব্লিক স্কুলগুৱাহাটীকামৰূপ (মহানগৰ)৫৭৭
৩৪দশমপাৰ্থপ্ৰতিম নাথদছন উঃ মাঃ আৰু বহুমুখী বিদ্যালয়নগাঁও সদৰনগাঁও৫৭৭
৩৫দশমৰেজিত কোঁৱৰনাজিৰা উঃ মাঃ আৰু বহুমুখী বিদ্যালয়নাজিৰাশিৱসাগৰ৫৭৭
৩৬দশমভাস্কৰ ঘোষএছ পি ইংলিছ মিঃ হাইস্কুলধুবুৰী৫৭৭

২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ "দা আছাম ট্ৰিবিউন"; দিনাংক- ১ জুন, ২০১৫; পৃষ্ঠা নং ৯
  2. ↑ "দৈনিক অসম"; দিনাংক - ৩ মে' ২০১৫ খৃষ্টাব্দ; পৃষ্ঠা নং ১ আৰু ৮

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০১৫ (অসম)” প্ৰবন্ধৰ সংশোধন ৩৮৮৫০৭ (২৩ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।