অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

শ

শ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩০ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাঁওফাঁওৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হ'লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ'বও পাৰে বা নহ'বও পাৰে। 'শ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'শ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়। ব্ৰেইল্‌ত 'শ'-ক এনেদৰে লিখা যায়।

হালনাগাদ: ২৯ মাৰ্চ ২০২৬ ১১২ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

শ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩০ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাঁওফাঁওৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হ'লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ'বও পাৰে বা নহ'বও পাৰে।১ 'শ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'শ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়। ব্ৰেইল্‌ত 'শ'-ক এনেদৰে লিখা যায়।২

স্বৰবৰ্ণৰ লগত যোগ হ'লে

স্বৰবৰ্ণ'শ'ৰ লগত যোগ হ'লে
অশ
আশা
ইশি
ঈশী
উশ‌ু/শু
ঊশূ
ঋশৃ
এশে
ঐশৈ
ওশো
ঔশৌ

যুক্তবৰ্ণ (শ যোগ)

শ + চ = শ্চ = নিশ্চয়

শ + ন = শ্ন = প্ৰশ্ন

শ + ৱ = শ্ব = অশ্ব

শ + ম = শ্ম = শ্মশান

শ + য = শ্য = বৈশ্য

শ + ৰ = শ্ৰ = শ্ৰৱণ

শ + ৰ + উ = শ্ৰু = শ্ৰুতলিপি

শ + ল = শ্ল = শ্লোক

'শ'ৰে আৰম্ভ শব্দৰ উদাহৰণ

ইউনিক’ড

চিহ্নইউনিক’ডক’ড নম্বৰইউনিক’ডত বিৱৰণ৩
শU+09B6BENGALI LETTER SHA

তথ্যসূত্ৰ

  1. ↑ xobdo.org search result of ৱ্যঞ্জন বৰ্ণ
  2. ↑ World Braille Usage, UNESCO, 2013
  3. ↑ বঙালী ইউনিক’ড তালিকা (পি.ডি.এফ.)

সম্পৰ্কিত শ্ৰেণী

অসমীয়া ব্যঞ্জনবৰ্ণ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ” প্ৰবন্ধৰ সংশোধন ৫৯৬৭২৯ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।