অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ললিত কুমাৰ দলে

ললিত কুমাৰ দলে (২৫ মে' ১৯২৭- ১৬ মাৰ্চ ১৯৮৬) এগৰাকী ভাৰতীয় ৰাজনীতিক আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ দলৰ অসমৰ নেতা আছিল। অসমৰ মিছিঙ সম্প্ৰদায়ৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা তেওঁৱেই প্ৰথম ব্যক্তি আছিল। তেওঁ ১৯৭২ আৰু ১৯৮০ চনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হৈছিল।

হালনাগাদ: ১৯ ডিচেম্বৰ ২০২৩ ৭৪ শব্দ · ১ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

ললিত কুমাৰ দলে (২৫ মে' ১৯২৭- ১৬ মাৰ্চ ১৯৮৬) এগৰাকী ভাৰতীয় ৰাজনীতিক আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ দলৰ অসমৰ নেতা আছিল। অসমৰ মিছিঙ সম্প্ৰদায়ৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা তেওঁৱেই প্ৰথম ব্যক্তি আছিল। তেওঁ ১৯৭২ আৰু ১৯৮০ চনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হৈছিল। মিছিং সম্প্ৰদায়ৰ সৰ্বাগ্ৰগণ্য নেতা হিচাপে ললিত কুমাৰ দলে পৰিচিত। জীৱন কালত অসমৰ জনসাধাৰণৰ প্ৰতি নিস্বাৰ্থ আৰু নিষ্ঠাপূৰ্ণ সেৱাৰ বাবে তেওঁ বহুল ভাৱে জনপ্ৰিয় আছিল।

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাজনীতিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ললিত কুমাৰ দলে” প্ৰবন্ধৰ সংশোধন ৩৯৮২২৫ (১৯ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।