অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

মিছ ইউনিভাৰ্ছ

মিছ ইউনিভাৰ্ছ (in English: Miss Universe) বা ব্ৰহ্মাণ্ড সুন্দৰী হৈছে এক বাৰ্ষিক আন্তৰ্জাতিক সৌন্দৰ্য প্ৰতিযোগিতা যাক আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিছ ইউনিভাৰ্ছ সংগঠনে পৰিচালনা কৰে। ১৯০ তকৈও অধিক অঞ্চলত ৫০০ মিলিয়নতকৈও অধিক আনুমানিক দৰ্শকৰ সৈতে ই বিশ্বৰ আটাইতকৈ বেছিকে উপভোগ কৰা প্ৰতিযোগিতাসমূহৰ ভিতৰত এটা।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১৪৭ শব্দ · ১ মিনিট সংগৃহীত ৫৮
সংশোধনৰ পৰামৰ্শ

মিছ ইউনিভাৰ্ছ (in English: Miss Universe) বা ব্ৰহ্মাণ্ড সুন্দৰী হৈছে এক বাৰ্ষিক আন্তৰ্জাতিক সৌন্দৰ্য প্ৰতিযোগিতা যাক আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিছ ইউনিভাৰ্ছ সংগঠনে পৰিচালনা কৰে।১ ১৯০ তকৈও অধিক অঞ্চলত ৫০০ মিলিয়নতকৈও অধিক আনুমানিক দৰ্শকৰ সৈতে ই বিশ্বৰ আটাইতকৈ বেছিকে উপভোগ কৰা প্ৰতিযোগিতাসমূহৰ ভিতৰত এটা।২৩ মিছ ৱৰ্ল্ড, মিছ ইণ্টাৰনেশ্যনেল আৰু মিছ আৰ্থৰ সৈতে মিছ ইউনিভাৰ্ছ হৈছে বিগ ফোৰ আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাসমূহৰ ভিতৰত অন্যতম।

মিছ ইউনিভাৰ্ছৰ খিতাপ বিজয়ীসকল

• ২০২১: হৰনাজ সান্দ্ধু ( ভাৰত)

•২০২০: আন্দ্ৰেয়া মেইজা (মেক্সিকো)

•২০১৯: য'জিবিনি তুঞ্জী ( দক্ষিণ আফ্ৰিকা)

•২০১৮: কেট্ৰিঅ'ণা গ্ৰেই (ফিলিপাইনস্)

•২০১৭: ডেমি লি নেইল পিটাৰস্ ( দক্ষিণ আফ্ৰিকা)

•২০১৬: আইৰিছ মিটানেইৰ ( ফ্ৰান্স)

•২০১৫: পিয়া ৱাৰ্টচ্ছবাক ( ফিলিপাইনস্)

•২০১৪: পাওলিনা ভেগা ( কলোম্বিয়া)

•২০১৩: গাব্ৰিয়েলা ইজলেৰ ( ভেনিজুয়েলা)

•২০১২: অলিভিয়া ক'ল্প' ( আমেৰিকা যুক্তৰাষ্ট্ৰ)

•২০১১: লেইলা ল'পেচ ( আংগুলা)

• ২০১০: হিমেনা নাভাৰেতে ( মেক্সিকো)

•২০০০: লাৰা দত্ত ( ভাৰত)

•১৯৯৭: ব্ৰুক লী ( আমেৰিকা যুক্তৰাষ্ট্ৰ)

•১৯৯৪: সুস্মিতা সেন ( ভাৰত)

•১৯৫২: আৰ্মি কুঊচেলা ( ফিনলেণ্ড )

৪

তথ্যসূত্ৰ

  1. ↑ Natalie Tadena (July 2, 2015)."Donald Trump's Miss USA Pageant Lands on Reelz Cable Channel" . The Wall Street Journal
  2. ↑ Chandram, Rina. Transgender, indigenous contestants in historic Miss Universe pageant. Reuters
  3. ↑ WME/IMG Acquires The Miss Universe Organization
  4. ↑ Enriquez, Amee. (February 2, 2014). Beauty Pageant Basics. BBC News

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিছ ইউনিভাৰ্ছ” প্ৰবন্ধৰ সংশোধন ৩৮২৬২৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।