তৰাৱতী বড়ি (জন্ম: ১৬ এপ্ৰিল ১৯৫০) হৈছে এগৰাকী অসমীয়া লোক-কণ্ঠশিল্পী। তেওঁ অসমৰ অন্যতম পৰম্পৰাগত সংগীত মিচিং ভাষাৰ ঐনিতম পৰিবেশন কৰে। তেওঁৰ আজীৱন সংস্কৃতি চৰ্চাৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে লোক-সংগীত শাখাত ২০২২ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰিছে।১২৩৪
জন্ম
শিৱসাগৰ জিলাৰ দিচাং মুখৰ মাজৰবাৰী গাঁৱত ১৯৫০ চনত তৰাৱতী বড়িৰ জন্ম হৈছিল।
বঁটা আৰু সন্মান
- অসম চৰকাৰৰ শিল্পী পেঞ্চন৫
- মিচিং স্বায়ত্ত শাসিত পৰিষদৰ বিশেষ সন্মান ২০১৫৬
- প্ৰাগ প্ৰেৰণা সন্মান ২০১৯৬
- মিচিং দৃৰবৌ কৌবাঙৰ নিতম দকচৰি সন্মান৬
- ড° ভূপেন হাজৰিকা সংহতি বঁটা ২০২২৬
- সংগীত নাটক একাডেমী বঁটা ২০২২৬
- কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা স্মাৰক বঁটা, ২০২৬ বঁটা
তথ্যসূত্ৰ
- ↑ (29 February 2024). Sangeet Natak Akademi New Delhi List of Fellows. static.pib.gov.in
- ↑ www.etvbharat.com/as/!entertainment/exclusive-oi
- ↑ www.dainandinbartagroup.in/gogamukh-regional-stu
- ↑ www.asomiyapratidin.in/assam/homage-to-the-first
- ↑ (২৮ ফেব্ৰুৱাৰী ২০২৪). ঐনিতম সম্ৰাজ্ঞী তৰাৱতী মিলি বৰিলৈ সংগীত নাটক অকাদেমি সন্মান. etvbharat.com
- ↑ (৫ নৱেম্বৰ ২০২২). Artist Tarawati Mili Bori: বিশিষ্ট শিল্পী তৰাৱতী মিলি বড়িক সম্বৰ্ধনা সাংবাদিকৰ. etvbharat.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তৰাৱতী মিলি বড়ি” প্ৰবন্ধৰ সংশোধন ৬১৩২৭০ (২০ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।