আইকণ মিলি (ইংৰাজী: Aikon Mili) অসমৰ তথা মিচিং জনগোষ্ঠীৰ এগৰাকী মহিলা বক্সাৰ। তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিং প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিছে।১
সফলতা
- ২০২২ চনত অনুষ্ঠিত ৪ৰ্থ খেলো ইণ্ডিয়া য়ুথ গেমছত মহিলাৰ ৫২–৫৪ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে।২৩
- ২০২৩ চনত ভূপালত অনুষ্ঠিত ৫ম খেলো ইণ্ডিয়া গেমছত মহিলাৰ ৫৪ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে। ছেমি-ফাইনেলত পৰাজিত হৈ তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰিছিল।১
- ২০২৫ চনত উত্তৰাখণ্ডত অনুষ্ঠিত ৩৮সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত মহিলাৰ ৫৪ কেজি শাখাত ছেমি-ফাইনেলত পৰাজিত হৈ ব্ৰঞ্জৰ পদক লাভ কৰে।৪
তথ্যসূত্ৰ
- ↑ (4 February 2023). Assam boxer Aikon Mili wins bronze in Khelo India Games. The Sentinel Assam
- ↑ 4th Khelo India Youth Boxing Games (Girls)-2022: 52–54 kg. Boxing Federation of India
- ↑ Khelo India Youth Games 2022 Merit Certificates. Khelo India
- ↑ (7 February 2025). লক্ষ্য স্বৰ্ণঃ নেচনেল গেমছ-২০২৫ত আজি ফাইনেল খেলিব চাৰি অসমৰ বক্সাৰে... Asomiya Pratidin
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আইকণ মিলি” প্ৰবন্ধৰ সংশোধন ৬৩৭১১২ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।