নৰেশ টাইড মিচিং জনগোষ্ঠীৰ অধিকাৰৰ বাবে আন্দোলন কৰা এগৰাকী মহান শ্বহীদ।১
অৱদান
১৯৯৫ চনৰ ২১ এপ্ৰিল তাৰিখে উত্তৰ লখিমপুৰৰ বিলমুখ বা বৰবিল অঞ্চলত মিচিংসকলৰ সাংবিধানিক, ৰাজনৈতিক অধিকাৰ তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ দাবীত কৰা প্ৰতিবাদত তেখেতক আৰক্ষীয়ে গুলীচালনা কৰিছিল। এই গুলীচালনাত বগা মেদক আৰু নৰেশ টাইড থিতাতে শ্বহীদ হয়। আনহাতে আঘাতপ্ৰাপ্ত হৈ অঞ্জনা পেগু পাছত চিকিৎসাধীন অৱস্থাতে মৃত্যুবৰণ কৰে।২
তথ্যসূত্ৰ
- ↑ Saplings planted to mark Martyrs’ Day of Misings. Arunachal Observer
- ↑ ECI bans exit, opinion polls for Mizoram’s Dampa, Bihar Assembly & eight other states. The Assam Tribune
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৰেশ টাইড” প্ৰবন্ধৰ সংশোধন ৬০৭৬৫৬ (২১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।