অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

২০০ (সংখ্যা)

২০০ (দুশ) হৈছে ১৯৯-ৰ পিছৰ আৰু ২০১-ৰ আগৰ প্ৰাকৃতিক সংখ্যা। গণিতত ২০০ এটা প্ৰচুৰ (অধিক) সংখ্যা (abundant number), কিয়নো ইয়াৰ উপযুক্ত গুণনীয়কসমূহৰ যোগফল ২৬৫, যি নিজ সংখ্যা ২০০তকৈ বেছি।

হালনাগাদ: ২৬ জুলাই ২০২৫ ৯৩ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

২০০ (দুশ) হৈছে ১৯৯-ৰ পিছৰ আৰু ২০১-ৰ আগৰ প্ৰাকৃতিক সংখ্যা।

গণিতত ২০০ এটা প্ৰচুৰ (অধিক) সংখ্যা (abundant number), কিয়নো ইয়াৰ উপযুক্ত গুণনীয়কসমূহৰ যোগফল ২৬৫, যি নিজ সংখ্যা ২০০তকৈ বেছি।

এই সংখ্যাটো পাডোভান ক্ৰমত দেখা যায়, য’ত ইয়াৰ আগত আছে ৮৬, ১১৪, আৰু ১৫১। এই সংখ্যাটোৰ মান ৮৬ আৰু ১১৪ৰ যোগফল।১

ইউলাৰৰ ট'টিয়েন্ট ফাংচন φ(x)ৰ প্ৰথম ২৫টা সংখ্যাৰ যোগফল হৈছে ২০০।

২০০ হৈছে তলৰ দহভিত্তিক ক্ষুদ্ৰতম আনপ্ৰাইমেবল সংখ্যা — যাক ইয়াৰ যিকোনো এটা অংক সলনি কৰি কোনো মৌলিক সংখ্যালৈ ৰূপান্তৰিত কৰিব নোৱাৰি।২ ইয়াক এটা হৰ্ষদ সংখ্যা বুলিও কোৱা হয়।৩

২০০ হৈছে এটা একিলিছ সংখ্যা।৪

তথ্যসূত্ৰ

  1. ↑ Sloane's A000931: Padovan sequence. The On-Line Encyclopedia of Integer Sequences. OEIS Foundation
  2. ↑ Unprimeable numbers. The On-Line Encyclopedia of Integer Sequences. OEIS Foundation
  3. ↑ Niven (or Harshad, or harshad) numbers. The On-Line Encyclopedia of Integer Sequences. OEIS Foundation
  4. ↑ Achilles numbers – powerful but imperfect: if n = Product(p_i^e_i) then all e_i > 1 (i.e., powerful), but the highest common factor of the e_i is 1, i.e., not a perfect power. The On-Line Encyclopedia of Integer Sequences. OEIS Foundation

সম্পৰ্কিত শ্ৰেণী

সংখ্যাগণিত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০০ (সংখ্যা)” প্ৰবন্ধৰ সংশোধন ৫২৭৭৪৯ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।