ফ'কাছ এন.ই. (Focus NE) (পূৰ্বৰ এন.ই. টি.ভি.) উত্তৰ-পূব ভাৰতৰ প্ৰথমটো চেটেলাইট বাতৰি চেনেল১ আছিল। এই চেনেলত অসমীয়া, ইংৰাজী, হিন্দী, বাংলা, মণিপুৰী, নাগামিজ, বড়ো, মিজো, গাৰো, কাৰ্বি, ডিমাছা, নেপালী, ৰংমেই নাগা, ক'ক বৰক আৰু চাদ্ৰী ভাষাত বাতৰি পৰিৱেশন কৰা হৈছিল।১। বৰ্তমান এই চেনেলটো বন্ধ হৈছে।
উল্লেখযোগ্য অনুষ্ঠান
এই নিউজ চেনেলটোত দৈনিক বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰদৰ্শন কৰা হয়। উল্লেখযোগ্য অনুষ্ঠান সমূহ হৈছে -
- গুড মৰ্ণিং নৰ্থ ইষ্ট
- খিচিৰি সংবাদ
- ভাগ্য লিপি
- বিস্মিত এপলক
- ফ'কাছ গুৱাহাটী
- সুৰৰ পানচৈ
- এন.ই. টিভি ষ্টেডিয়াম
- ৰামধেনু
- ৰংচ'ৰা
- ইতিবাচক... ভাল খবৰ
- ফ'কাছ এন.ই. অপাৰেশ্যন
- TV য়ে TV য়ে
- বক্স অফিচ মিটাৰ
- ভয়েচ অব অসম
উপলব্ধতা
| ডি টি এইচ | ছেনেল ক্ৰমাংক |
|---|---|
| এয়াৰটেল ডিজিটেল টিভি (ভাৰত) | ৬২০ |
| ৰিলায়েঞ্চ ডিজিটেল টিভি (ভাৰত) | ৭৮০ |
| ডিছ টিভি (ভাৰত) | ৮৫৫ |
| চান ডাইৰেক্ট ডি টি এইচ (ভাৰত) | ৬৯১ |
| টাটা স্কাই (ভাৰত) | ৯৯৩ |
| ভিডিঅ'কন ডি 2এইচ (ভাৰত) | ৭৬৭ |
তথ্যসূত্ৰ
- ↑ (২০০৫-০৬). এন ই টি ভি. P O S I T I V T E L E V I S I O N P V T . LT D.. NE Television
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফ'কাছ এন.ই.” প্ৰবন্ধৰ সংশোধন ৫৩৯৭৪৮ (২২ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।