অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পৰিমল শুক্লবৈদ্য

পৰিমল শুক্লবৈদ্য (Parimal Suklabaidya) (জন্ম ২০ জানুৱাৰী ১৯৫৮) এজন ভাৰতীয় তথা অসমৰ ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ পৰা অসম বিধানসভা সদস্য হিচাপে নিৰ্বাচিত হয়। ২০১৬ চনত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰী পদত অধিষ্ঠিত হৈ চতুৰ্থবাৰৰ বাবে ধলাই সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে।

হালনাগাদ: ৩১ অক্টোবৰ ২০২৬ ৫৭ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

পৰিমল শুক্লবৈদ্য (Parimal Suklabaidya) (জন্ম ২০ জানুৱাৰী ১৯৫৮) এজন ভাৰতীয় তথা অসমৰ ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ পৰা অসম বিধানসভা সদস্য হিচাপে নিৰ্বাচিত হয়। ২০১৬ চনত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰী পদত অধিষ্ঠিত হৈ চতুৰ্থবাৰৰ বাবে ধলাই সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে। ২০২৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত শিলচৰ সমষ্টিৰ জয়ী হৈ বৰ্তমান লোকসভাৰ সংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ১২৩৪৫৬

তথ্যসূত্ৰ

  1. ↑ Rahul Karmakar (24 May 2016), CM Sonowal and his team: Meet the leaders at Assam's helm, Hindustan Times
  2. ↑ My Neta Profile
  3. ↑ Members of 14th Assam Legislative Assembly. Assam Legislative Assembly
  4. ↑ Sarbananda Sonowal sworn in as first BJP CM of Assam, Deccan Chronicle, 25 May 2016
  5. ↑ One MLA from Barak Valley finds place in first BJP Cabinet in Assam, Newsmen, 24 May 2016
  6. ↑ India Today. (13 July 2024). Ex-legislators · In the major league now

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰিমল শুক্লবৈদ্য” প্ৰবন্ধৰ সংশোধন ৪৪৮৯২৭ (২৭ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।