অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাজদ্বীপ ৰয়

ৰাজদীপ ৰায় এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ৭ ছেপ্টেম্বৰ, ১৯৭০ চনত অসমৰ শিলচৰ জন্মগ্ৰহণ কৰে। তেওঁ লোকসভা, অৰ্থাৎ নিম্ন সদনৰ সংসদ আছিল। অসমৰ শিলচৰ লোকসভা সমষ্টিৰ পৰা ২০১৯ ভাৰতীয় সাধাৰণ নিৰ্বাচনত নিৰ্বাচিত হয়। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সক্ৰিয় সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰে।

হালনাগাদ: ২৬ জুলাই ২০২৫ ৪১ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ৰাজদীপ ৰায় এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ৭ ছেপ্টেম্বৰ, ১৯৭০ চনত অসমৰ শিলচৰ জন্মগ্ৰহণ কৰে। তেওঁ লোকসভা, অৰ্থাৎ নিম্ন সদনৰ সংসদ আছিল। অসমৰ শিলচৰ লোকসভা সমষ্টিৰ পৰা ২০১৯ ভাৰতীয় সাধাৰণ নিৰ্বাচনত নিৰ্বাচিত হয়। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ সক্ৰিয় সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰে।১২৩

তথ্যসূত্ৰ

  1. ↑ (23 May 2019). Silchar Election Results 2019 Live Updates: Rajdeep Roy of BJP Wins. News 18
  2. ↑ (24 May 2019). BJP improves tally in Assam, bags nine of 14 seats. The Economic Times
  3. ↑ (24 May 2019). Rajdeep Roy visits Sushmita Dev's residence, seeks Bithika Dev's Blessing. Barek Bulletin

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজদ্বীপ ৰয়” প্ৰবন্ধৰ সংশোধন ৫২৭৬৭২ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।