অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰমিলা ৰাণী ব্ৰহ্ম

প্ৰমীলা ৰাণী ব্ৰহ্ম (प्रमिला रानी ब्रह्म) অসমৰ এগৰাকী বড়ো ৰজনীতিবিদ৷ তেওঁ বড়োলেণ্ড পিপলছ ফ্ৰন্টৰ পৰা নিৰ্বাচিত অসম বিধান সভাৰ এগৰাকী সদস্যা৷ ২০১৬ চনত সৰ্বানন্দ সোণোৱালৰ চৰকাৰত তেওঁ মন্ত্ৰীত্ব লাভ কৰে৷ ২০১৪ চনলৈকে তেওঁ তৰুণ গগৈ চৰকাৰৰ মন্ত্ৰী আছিল৷ কোকৰাঝাৰ পূব সমষ্টিৰ পৰা তেওঁ ষষ্ঠবাৰলৈ নিৰ্বাচিত…

হালনাগাদ: ৪ নৱেম্বৰ ২০২৩ ৪৬ শব্দ · ১ মিনিট সংগৃহীত ৫১
সংশোধনৰ পৰামৰ্শ

প্ৰমীলা ৰাণী ব্ৰহ্ম (प्रमिला रानी ब्रह्म) অসমৰ এগৰাকী বড়ো ৰজনীতিবিদ৷ তেওঁ বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ পৰা নিৰ্বাচিত অসম বিধান সভাৰ এগৰাকী সদস্যা৷ ২০১৬ চনত সৰ্বানন্দ সোণোৱালৰ চৰকাৰত তেওঁ মন্ত্ৰীত্ব লাভ কৰে৷ ২০১৪ চনলৈকে তেওঁ তৰুণ গগৈ চৰকাৰৰ মন্ত্ৰী আছিল৷ কোকৰাঝাৰ পূব সমষ্টিৰ পৰা তেওঁ ষষ্ঠবাৰলৈ নিৰ্বাচিত হৈছে৷১২৩৪

তথ্যসূত্ৰ

  1. ↑ CM Sonowal and his team: Meet the leaders at Assam’s helm
  2. ↑ My Nete Profile
  3. ↑ MEMBERS OF 14th ASSAM LEGISLATIVE ASSEMBLY
  4. ↑ Sarbananda Sonowal sworn in as first BJP CM of Assam

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ ৰাজনীতিকবড়ো জনগোষ্ঠীৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰমিলা ৰাণী ব্ৰহ্ম” প্ৰবন্ধৰ সংশোধন ৩৯০২২০ (৪ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।