অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কায়াডু লোহাৰ

কায়াডু লোহাৰ (Kayadu Lohar; জন্ম: ১১ এপ্ৰিল ২০০০) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ কন্নড় ছবি মুগিলপেট (২০২১)ত অভিনয়েৰে ছবিজগতত আত্মপ্ৰকাশ কৰে।

হালনাগাদ: ৩১ মাৰ্চ ২০২৬ ১৫৫ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

কায়াডু লোহাৰ (Kayadu Lohar; জন্ম: ১১ এপ্ৰিল ২০০০১) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল।২ তেওঁ কন্নড় ছবি মুগিলপেট (২০২১)ত অভিনয়েৰে ছবিজগতত আত্মপ্ৰকাশ কৰে।৩৪৫৬

প্ৰাৰম্ভিক জীৱন

কায়াডু লোহাৰে অসমৰ তেজপুৰত জন্মগ্ৰহণ কৰিছিল। তেওঁ বৰ্তমান মহাৰাষ্ট্ৰৰ পুনেত থাকে৷৭ তেওঁ বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছিল।৮

অভিনয় জীৱন

কায়াডু লোহাৰে এটি গহনা প্ৰতিযোগিতাত অংশগ্ৰহণেৰে কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল আৰু পিছলৈ টাইমছ অৱ ইণ্ডিয়াৰ এভাৰয়ুথ ফ্ৰেছ ফেচ ছিজন ১২ত জয়ী হয়।৯

টাইমছ ফ্ৰেছ ফেচ কম্পিটিচনত অংশগ্ৰহণ কৰি থকাৰ সময়তে কায়াডুৱে ২০২১ চনৰ কন্নড় ছবি মুগিলপেটত অভিনয়েৰে চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰিছিল।১০ ২০২২ চনৰ ৮ ছেপ্টেম্বৰত তেওঁৰ প্ৰথম মালয়ালম ছবি পাথনপাথম নুত্তণ্ডু১১১২ মুক্তি পায়,১৩ তেওঁৰ প্ৰথম তেলেগু ছবি আল্লুৰি, ২০২২ চনৰ ২৩ ছেপ্টেম্বৰত,১৪১৫ তেওঁৰ প্ৰথম মাৰাঠী ছবি আই প্ৰেম ইউ১৬ ২০২৩ চনৰ ১৭ মাৰ্চত আৰু ২০২৫ চনৰ ২১ ফেব্ৰুৱাৰীত তেওঁৰ প্ৰথম তামিল ছবি ড্ৰেগন মুক্তি পায়। তেওঁৰ আগন্তুক মুক্তি পাবলগীয়া ছবিসমূহৰ ভিতৰত আছে থাৰাম আৰু ইধয়াম মুৰালী। ৰামকুমাৰ বালকৃষ্ণণৰ দ্বাৰা পৰিচালিত, তেওঁৰ আগন্তুক ছবি এছটিআৰ৪৯-ত তেওঁ অভিনেতা শিলামবৰ্ষণৰ বিপৰীতে মুখ্য অভিনেত্ৰীৰ চৰিত্ৰত অভিনয় কৰিব বুলি জানিব পৰা গৈছে।১৭

চলচ্চিত্ৰপুঞ্জী

বৰ্ষশিৰোনামভূমিকাভাষাতথ্য.
২০২১ চনতমুগিলপেটঅপূৰ্বকন্নড় ভাষা১৮ ১৯
২০২২ চনতপাথোনপাথম নুট্টাণ্ডুনাংগেলিমালয়ালম২০
আল্লুৰিসন্ধ্যাতেলেগু২১
২০২৩ চনতআই প্ৰেম ইউবীনামাৰাঠী২২
২০২৫ চনতওৰু জাতি জাঠাকমপায়ালমালয়ালম২৩
ড্ৰেগনপল্লৱীতামিল২৪
২৫

তথ্যসূত্ৰ

  1. ↑ (9 September 2022). Kayadu Lohar | പത്തൊമ്പതാം നൂറ്റാണ്ടിലെ നങ്ങേലി; കയാദു ലോഹറിന്‍റെ വിശേഷങ്ങള്‍. News18 Malayalam
  2. ↑ (15 November 2021). I am here to stay and work in south Indian films: Model-turned-actor Kayadu Lohar. The New Indian Express
  3. ↑ (27 October 2021). Manoranjan's Mugilpete to be released on November 19. Cinema Express
  4. ↑ (19 November 2021). A love story as old as the hills. Deccan Herald
  5. ↑ (22 November 2021). 'Mugil Pete' brings back old-fashioned romance. The New Indian Express
  6. ↑ (10 March 2021). https://timesofindia.indiatimes.com/entertainment/kannada/movies/news/manuranjan-ravichandran-is-back-on-set-after-a-year-for-mugilpete/articleshow/81418884.cms(11 September 2022). https://www.thehindu.com/entertainment/movies/pathonpatham-noottandu-movie-review-a-package-with-some-punch-despite-its-failings/article65878843.ece
  7. ↑ (9 September 2022). Kayadu Lohar · പത്തൊമ്പതാം നൂറ്റാണ്ടിലെ നങ്ങേലി; കയാദു ലോഹറിന്‍റെ വിശേഷങ്ങള്‍. News18 Malayalam
  8. ↑ (20 November 2019). Fresh Face winner Kayadu Lohar in Manoranjan's next - Times of India. The Times of India
  9. ↑ Puneite Kayadu Lohar, Pune's Fresh Face Winner To Be Seen In Marathi And Kannada Films. spotboye.com
  10. ↑ Puneite Kayadu Lohar, Pune's Fresh Face Winner To Be Seen In Marathi And Kannada Films. spotboye.com
  11. ↑ (18 August 2022). Pathonpathaam Noottandu censored with U/A. Cinema Express
  12. ↑ (31 August 2022). Five Mollywood films that are lined up for release this Onam. Onmanorama
  13. ↑ റിപ്പോർട്ടർ, ഫിൽമി. (12 September 2022). '19-ാം നൂറ്റാണ്ടിലെ' നങ്ങേലിയെ സ്‌ക്രീനില്‍ കണ്ട് പൊട്ടിക്കരഞ്ഞ് നായിക; വീഡിയോ പകര്‍ത്തി സെന്തില്‍. reporterlive.com
  14. ↑ C, Sam. (23 September 2022). Alluri Movie Review: అల్లూరి మూవీ రివ్యూ & రేటింగ్…! · The Telugu News
  15. ↑ (23 September 2022). 'Alluri' Movie Review: Can Sree Vishnu Score a Commercial Hit?. YouSay
  16. ↑ (2025-02-26). https://timesofindia.indiatimes.com/entertainment/tamil/movies/news/kayadu-lohars-self-made-meme-sparks-debate/articleshow/118579766.cms
  17. ↑ (2025-03-20). https://timesofindia.indiatimes.com/entertainment/tamil/movies/news/kayadu-lohar-to-pair-up-with-silambarasan-in-str-49/articleshow/119247167.cms
  18. ↑ (22 November 2021). 'Mugil Pete' brings back old-fashioned romance. The New Indian Express
  19. ↑ (10 March 2021). https://timesofindia.indiatimes.com/entertainment/kannada/movies/news/manuranjan-ravichandran-is-back-on-set-after-a-year-for-mugilpete/articleshow/81418884.cms
  20. ↑ നങ്ങേലിയെ കണ്ട് തിയറ്ററിലിരുന്ന് കരച്ചിലടക്കാനാവാതെ കയാദു; വിഡിയോ. ManoramaOnline
  21. ↑ Why She Is Not Promoting Her Telugu Debut Film?. indiaherald.com
  22. ↑ (18 February 2022). https://timesofindia.indiatimes.com/entertainment/marathi/movies/news/i-prem-you-abhijit-amkar-and-kayadu-lohar-team-up-for-a-romantic-film/articleshow/89659223.cms. The Times of India
  23. ↑ Features, C. E. (4 March 2024). Teaser of Vineeth Sreenivasan's Oru Jaathi Jathakam out. Cinema Express
  24. ↑ M, Narayani. (2024-11-07). Kayadu Lohar joins Pradeep Ranganathan and Anupama Parameswaran in Dragon. Cinema Express
  25. ↑ (2025-02-14). https://www.thehindu.com/entertainment/movies/atharvaa-next-titled-idhayam-murali-aakash-baskaran-preity-mukundhan-kayadu/article69218820.ece

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰীতামিল চলচ্চিত্ৰৰ অভিনেত্ৰীমাৰাঠী চলচ্চিত্ৰৰ অভিনেত্ৰীমালয়ালম চলচ্চিত্ৰৰ অভিনেত্ৰীতেলুগু চলচ্চিত্ৰৰ অভিনেত্ৰীকন্নড় চলচ্চিত্ৰৰ অভিনেত্ৰীঅসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কায়াডু লোহাৰ” প্ৰবন্ধৰ সংশোধন ৫৯৮২৫৬ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।