গোপীশান্তা (Gopishantha; ২৬ মে' ১৯৩৭ – ১০ অক্টোবৰ ২০১৫), এগৰাকী ভাৰতীয় অভিনেত্ৰী, কমেডিয়ান আৰু নেপথ্য কণ্ঠশিল্পী আছিল,যাৰ মঞ্চনাম মনোৰমা আছিল আৰু যাক আচী বুলিও কোৱা হয়। তেওঁ ১০০০ৰো অধিক ছবিত অভিনয় আৰু ৫০০০টা মঞ্চ প্ৰদৰ্শন কৰিছে। মূলতঃ তামিল, তেলেগু, কানাড়া, মালয়ালম আৰু সিংহলী ভাষাত অভিনয় কৰিছে।১২ ১৯৯৫ চনত কলাইমামণি বঁটাৰে সন্মানিত হোৱা মনোৰমাক ২০০২ চনত ভাৰত চৰকাৰে কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে। তেওঁ এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, এটা ফিল্মফেয়াৰ বঁটা দক্ষিণ আৰু সাতটা তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিছে।৩৪
তথ্যসূত্ৰ
- ↑ (10 October 2015). Actor 'Aachi' Manorama dies at 78. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (7 July 2003). The endearing 'aachi'. দ্য হিন্দু
- ↑ வாழ்க்கையில் எதிர்நீச்சல் போட்ட மனோரமா: 1,300 படங்களில் நடித்து 'கின்னஸ்' சாதனை. Maalai Malar
- ↑ 5 Things to know about Tamil legend 'Aachi' Manorama — MotivateMe.in. MotivateMe.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মনোৰমা” প্ৰবন্ধৰ সংশোধন ৫৩২৪১৮ (১৪ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।