অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বাণী বসু

বাণী বসু (BANI BASU) হৈছে এগৰাকী প্ৰখ্যাত লেখক। তেওঁ এগৰাকী ঔপন্যাসিক, চুটি গল্প লেখিকা, প্ৰবন্ধকাৰ আৰু শিশু আৰু কিশোৰসকলৰ বাবে লিখনি হিচাপে জনাজাত। তেওঁৰ কিছুমান কল্পকাহিনী চলচ্চিত্ৰ আৰু টিভি ধাৰাবাহিকত নিৰ্মাণ কৰা হৈছে।

হালনাগাদ: ১৫ জানুৱাৰী ২০২৫ ১৭৮ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

বাণী বসু (BANI BASU) হৈছে এগৰাকী প্ৰখ্যাত লেখক। তেওঁ এগৰাকী ঔপন্যাসিক, চুটি গল্প লেখিকা, প্ৰবন্ধকাৰ আৰু শিশু আৰু কিশোৰসকলৰ বাবে লিখনি হিচাপে জনাজাত। তেওঁৰ কিছুমান কল্পকাহিনী চলচ্চিত্ৰ আৰু টিভি ধাৰাবাহিকত নিৰ্মাণ কৰা হৈছে।

জন্ম আৰু বংশ পৰিচয়

১৯৩৯ চনৰ ১১ মাৰ্চত তেওঁৰ জন্ম হয়।১

শিক্ষা

তেওঁ প্ৰখ্যাত লেডী ব্ৰেবোৰ্ণ কলেজ, স্কটিছ চাৰ্চ কলেজ আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা আনুষ্ঠানিক শিক্ষা লাভ কৰিছিল য'ত তেওঁ ইংৰাজীত এম.এ. লাভ কৰিছিল ২

কৰ্ম জীৱন

  1. বসুৱে ঔপন্যাসিক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল।
  2. তেওঁ ১৯৮০ চনৰ পৰা এগৰাকী লেখিকা হিচাপে তেওঁৰ পেছাদাৰী কেৰিয়াৰ আৰম্ভ কৰিছিল, প্ৰথমে "আনন্দমালা", এখন কিশোৰ আলোচনী, তাৰ পিছত "দেশ" আৰু সেই সময়ৰ অন্যান্য আলোচনীত লেখা প্ৰকাশ কিৰিছিল।

সাহিত্যৰাজি

উপন্যাস

  1. শ্বেত পাথেৰ থালা(১৯৯০)
  2. গন্ধৰ্বী (১৯৯৩)
  3. মহানা (১৯৯৩)
  4. একুশে পা (১৯৯৪)
  5. মৈত্ৰেয় জাতক (১৯৯৯)
  6. উপন্যাস পানচাক (১৯৯৯)
  7. অষ্টম গৰ্ভা (২০০০)
  8. অন্তৰঘাট
  9. পঞ্চম পুৰুষ
  10. খানামিহিৰেৰ ধিপি (২০০৯)
  11. খাৰাপ চেলে
  12. মেইলি আদ্দাৰ হালচল৩

চলচ্চিত্ৰ

  1. শ্বেত পাথেৰ থালা (চলচ্চিত্ৰ)
  2. গন্ধৰ্বী(চলচ্চিত্ৰ আৰু টিভি ধাৰাবাহিক)
  3. একুশে পা (টিভি ধাৰাবাহিক)
  4. নন্দিতা (টেলি ফিম)
  5. শ্ৰীমতী গুপ্তা ৰা (টেলি ফিল্ম)
  6. জাখান চান্দ (টেলি ফিল্ম)
  7. ভাব মূৰ্তি (টেলি ফিল্ম)
  8. বালিগুঞ্জ কোৰ্ট (টেলি ফিল্ম)
  9. শখম্বেৰীৰ দ্বৈপ (টিভি ধাৰাবাহিক)
  10. অমৃতা (টিভি ধাৰাবাহিক)৪

বঁটা আৰু সন্মান

  1. তাৰাশংকৰ বঁটা ১৯৯১
  2. আনন্দ পুৰস্কাৰ ১৯৯৭
  3. বঙ্কিম বঁটা ১৯৯৯
  4. সাহিত্য অকাডেমি বঁটা ২০১০৫

তথ্যসূত্ৰ

  1. ↑ en.wikipedia.org/wiki/Bani_Basu
  2. ↑ en.wikipedia.org/wiki/Bani_Basu
  3. ↑ en.wikipedia.org/wiki/Bani_Basu
  4. ↑ en.wikipedia.org/wiki/Bani_Basu
  5. ↑ en.wikipedia.org/wiki/Bani_Basu

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাণী বসু” প্ৰবন্ধৰ সংশোধন ৪৬৪০৯৯ (১৫ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।