অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

উৎপলকুমাৰ বসু

উৎপলকুমাৰ বসু বঙালী ভাষাত হাংৰি আন্দোলনৰ প্ৰখ্যাত কবি আৰু গল্পকাৰ। অধ্যয়নপুষ্ট মন আৰু অভিজ্ঞতাৰে লিখা তেওঁৰ কবিতাবোৰে উত্তৰ-আধুনিক বঙালী কবিতাক এক অনন্য মাত্ৰা প্ৰদান কৰিছে।

হালনাগাদ: ৫ মে’ ২০২০ ১৩০ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

উৎপলকুমাৰ বসু বঙালী ভাষাত হাংৰি আন্দোলনৰ প্ৰখ্যাত কবি আৰু গল্পকাৰ। অধ্যয়নপুষ্ট মন আৰু অভিজ্ঞতাৰে লিখা তেওঁৰ কবিতাবোৰে উত্তৰ-আধুনিক বঙালী কবিতাক এক অনন্য মাত্ৰা প্ৰদান কৰিছে।

সাহিত্যকৃতি

  • চৈত্ৰে ৰচিত কবিতা ( ১৯৬১ )
  • পুৰী সিৰিজ ( ১৯৬৪ )
  • আবাৰ পুৰী সিৰিজ ( ১৯৭৮ )
  • লোচনদাস কাৰিগৰ ( ১৯৮২ )
  • খণ্ডবৈচিত্ৰেৰ দিন ( ১৯৮৬ )
  • শ্ৰেষ্ঠ কবিতা ( ১৯৯১ )
  • সলমাজৰিৰ কাজ ( ১৯৯৫ )
  • পদ্যসংগ্ৰহ ( ১৯৯৬ )
  • কবিতাসংগ্ৰহ ( ১৯৯৬ )
  • কহবতীৰ নাচ ( ১৯৯৭ )
  • নাইট স্কুল ( ১৯৯৯ )
  • টুসু আমাৰ চিন্তামণি ( ২০০০ )

লগতে চাওক

তথ্যসূত্ৰ

  • যোগসূত্ৰ উৎপলকুমাৰ বসু সংখ্যা ( ১৯৯৪ )। সম্পাদক ৰাঘব বন্দ্যোপাধ্যায় আৰু বিনয় ঘোষ।

বহিঃসংযোগ

সম্পৰ্কিত শ্ৰেণী

হাংৰি আন্দোলনবঙালী সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উৎপলকুমাৰ বসু” প্ৰবন্ধৰ সংশোধন ২২৫৫৭৫ (৫ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।