ইতিহাসৰ আজিৰ দিনত
২৪ নৱেম্বৰ
ঘটনাৱলী
- ১৮৫৯বিজ্ঞান সাহিত্যৰ বিখ্যাত গ্ৰন্থ চাৰ্লছ ডাৰউইনৰ প্ৰজাতিৰ উৎপত্তি(On the origin of Species) প্ৰকাশ পায়।
জন্ম
- ১৬২২লাচিত বৰফুকন, আহোম সেনাপতি।
- ১৮৬৭ৰজনীকান্ত বৰদলৈ, ‘জোনাকী যুগ’ত অসমীয়া সাহিত্য প্ৰতিষ্ঠাৰ বাবে আশাশুধীয়া প্ৰচেষ্টা চলোৱা ব্যক্তি সকলৰ ভিতৰত অন্যতম ব্যক্তি। অসমীয়া উপন্যাসৰ পিতৃ-পুৰুষ।
- ১৮৭১পদ্মনাথ গোহাঞি বৰুৱা, অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি।
- ১৮৮৮ডেল কাৰ্নেগী, আমেৰিকান লেখক আৰু প্ৰবক্তা।
- ১৯৬১অৰুন্ধতী ৰায় প্ৰসিদ্ধ লেখিকা। তেওঁৰ সম্পূৰ্ণ নাম সুজন্না অৰুন্ধতী ৰয়। অৰুন্ধতী ৰায় তেওঁৰ উপন্যাস "দ্য গড অব্ স্মল থিংছ (১৯৯৭)"ৰ বাবে সৰ্বাধিক পৰিচিত, যি ১৯৯৭ চনত বুকাৰ বঁটা লাভ কৰিছিল আৰু এগৰাকী অনা-প্ৰবাসী ভাৰতীয় লেখকৰ দ্বাৰা সৰ্বাধিক বিক্ৰী হোৱা কিতাপ হিচাপে পৰিগণিত হৈছিল। তেওঁ এগৰাকী মানৱ অধিকাৰ আৰু পৰিবেশ কৰ্মী হোৱাৰ লগতে এগৰাকী ৰাজনৈতিক কৰ্মীও।
- ১৯৭৬অংগৰাগ মহন্ত, অসমীয়া কণ্ঠশিল্পী।
- ১৯৮৪নীনা গুপ্তা, ভাৰতীয় গণিতজ্ঞ।
- ১৯৯০প্ৰিঞ্চ নাৰুলা, ভাৰতীয় মডেল আৰু অভিনেতা।
- ২০০১অচিন্ত্য শিউলি, ভাৰতীয় ভাৰোত্তোলনকাৰী।
মৃত্যু
- ১৯৭৫গুৰু টেগ বাহাদুৰ, নৱম শিখ ধৰ্মগুৰু।
- ২০০৩টুন টুন বা উমা দেৱী খাত্ৰি, ভাৰতীয় কৌতুক অভিনেত্ৰী আৰু নেপথ্য কণ্ঠশিল্পী।
- ২০০৫যমুনা বৰুৱা, ভাৰতীয় অভিনেত্ৰী।
- ২০২০গীতা হাতীকাকতি, অসমীয়া গীতিকাৰ, কবি আৰু সাহিত্যিক।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ